• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

RPFৰ জোৱানক বন্যপ্ৰাণী অপৰাধ ৰোধৰ সম্পৰ্কীয় WCCB আৰু আৰণ্যকৰ দিনজোৰা কৰ্মশালা সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2021 4:14 pm
1 Image 2021-03-25
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বজুৰি চলি থকা বন্যপ্ৰাণী অঙ্গৰ অবৈধ তথা বৰ্ধিত বেহাই বৰ্তমান সময়ত বন্যপ্ৰাণীৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। আনহাতে বিভিন্ন প্ৰৱৰ্তনকাৰী সংস্থাৰ (Enforcement agencies) বাবে এই বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ কৰাটো অতি কঠিন হৈ পৰিছে।

সেয়েহে আৰক্ষী, নিৰাপত্তা বাহিনী, সীমাৰক্ষী বাহিনী, পৰিবহন খণ্ডৰ মুখ্য অংশীদাৰ ইত্যাদিকে ধৰি বিভিন্ন সংস্থাৰ মাজত উচ্চ পৰ্যায়ৰ সমন্বয় গঢ়ি উঠাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। সংবাদ মাধ্যমৈ প্ৰেৰণ কৰা এক বিবৃতিত এইদৰে কয় আৰণ্যকে।

Apply Now

বিবৃতিটোত আৰণ্যকে কয় যে এই সংস্থা সমূহক বন্যপ্ৰাণী অপৰাধৰ গোচৰসমূহৰ ক্ষেত্ৰত উচিত প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰাত অনুপ্ৰাণিত কৰিবলৈ আৰু বন্যপ্ৰাণী অপৰাধৰ মোকাবিলা কৰিবলৈ প্ৰচলিত বিভিন্ন আইনৰ ব্যৱস্থাৰ বিষয়ে পৰ্যাপ্ত সজাগতা গঢ়ি তোলাটো অতিশয় গুৰুত্বপূৰ্ণ।

এই ক্ষেত্ৰত, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো (WCCB) আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণকাৰী সংস্থা আৰণ্যকে পৰিবহন খণ্ডৰ মুখ্য অংশীদাৰসকলৰ সৈতে কেইবাখনো কৰ্মশালা অনুষ্ঠিত কৰাৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে যিয়ে বন্যপ্ৰাণীৰ অঙ্গৰ অবৈধ বেহা হ্রাস কৰাত সহায় কৰিব।

এই পদক্ষেপৰ অংশ হিচাপে, WCCB আৰু আৰণ্যকে শুকুৰবাৰে বন্যপ্ৰাণী অপৰাধৰ মোকাবিলা কৰা আৰু বন্যপ্ৰাণী সামগ্ৰী চিনাক্তকৰণ সম্পৰ্কত ৰে’লৱে সুৰক্ষা বাহিনীৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্যৰে এক দিনজোৰা কৰ্মশালাৰ আয়োজন কৰে।

এই কৰ্মশালাখনিৰ মুখ্য উদ্দেশ্য আছিল সঠিক চিনাক্তকৰণৰ জৰিয়তে বন্যপ্ৰাণী অঙ্গৰ অবৈধ সৰবৰাহ বন্ধ কৰি বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ কৰাত পৰিবহন খণ্ডৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰা৷

অনুষ্ঠানটো গুৱাহাটী RPF ৰ সহকাৰী নিৰাপত্তা আয়ুক্ত চামচুল আৰফিনে উদ্বোধন কৰে আৰু প্ৰায় ৩৫ জন RPF ৰ জোৱানে অংশগ্ৰহণ কৰে। কৰ্মশালাখন Legal and Advocacy Division (LAND) ৰ জ্যেষ্ঠ মেনেজাৰ ড০ জিমি বৰাৰ এক প্ৰেজেণ্টেচনৰ সৈতে আৰম্ভ হয় য’ত পৰিবহন উদ্যোগ আৰু অবৈধ বন্যপ্ৰাণী অঙ্গৰ বেহা সম্পৰ্কত বহলভাৱে ব্যাখ্যা কৰা হয়।

তেওঁ লগতে বন্যপ্ৰাণী অংগ সৰবৰাহৰ মুখ্য ভেটি চিনাক্ত কৰাত ৰে’লৱে কৰ্তৃপক্ষই কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেই সম্পৰ্কেও আলোকপাত কৰে। ইয়াৰ উপৰি তেওঁ কেনেদৰে উচ্চ মূল্যৰ লগতে অখ্যাত বন্যপ্ৰাণী অংগবোৰ কেৰি-অন বা চেক-ইন লাগেজত লুকাই ৰখা হয় সেই বিষয়ে বিশদ ব্যাখ্যা প্ৰদান কৰাৰ লগতে বন্যপ্ৰাণী অপৰাধ হ্রাস কৰাৰ বাবে বিভিন্ন প্ৰৱৰ্তনকাৰী সংস্থাৰ মাজত সহযোগিতা গঢ়ি তোলাত জোৰ দিয়ে।

WCCB ৰ Intelligence Assistant হিতেন বৰাই বন্যপ্ৰাণী অপৰাধৰ গোচৰৰ মোকাবিলা কৰাত RPF ৰ সহায় হোৱাকৈ আইন আৰু নিয়মাৱলীৰ সমুহৰ বিষয়ে বিস্তাৰিতভাৱে ব্যাখ্যা আগ বঢ়ায়। তেওঁ WL(P)A, ১৯৭২ ৰ অধীনৰ বিভিন্ন শাখাৰ ওপৰত পুংখানুপুংখভাবে আলোচনা কৰে ৷ তেওঁ বয়-বস্তু পৰীক্ষা আৰু ফ্কেন কৰাৰ সময়ত বন্যপ্ৰাণী সামগ্ৰী কেনেদৰে চিনাক্ত কৰিব লাগে সেই বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd