• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্মীয় অনুভূতিত আঘাত : ছাত্ৰ-ছাত্ৰীক দেখুৱালে হজৰত মহম্মদৰ কাৰ্টুন, নিলম্বিত হ’ল শিক্ষক, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2021 9:26 am
299
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনত হজৰত মহম্মদৰ এটা কাৰ্টুনক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

কিছু বছৰ পূৰ্বে বিশ্বত জোকাৰণি তোলা ফ্ৰান্সৰ হাস্যব্যংগাত্মক আলোচনী চাৰ্লী হেবডোত প্ৰকাশিত হজৰত মহম্মদৰ কাৰ্টুনটো বাটলী গ্ৰামাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদৰ্শন কৰাৰ পাছতে এই বিতৰ্কৰ আৰম্ভণি ঘটিছে।

বাতৰি মতে, ইংলেণ্ডৰ উত্তৰ অঞ্চলৰ ৱেষ্ট য়ৰ্কশ্বায়াৰত অৱস্থিত চৰকাৰী হাইস্কুলখনৰ এগৰাকী শিক্ষকে সোমবাৰে উক্ত কাৰ্টুনটো প্ৰদৰ্শন কৰিছিল।

শুকুৰবাৰে তেওঁক নিলম্বন কৰা হয়।

শিক্ষকজনে কাৰ্টুনটো প্ৰদৰ্শন কৰাৰ পাছতে অঞ্চলটো থকা মুছলিম ধৰ্মাৱলম্বী সম্প্ৰদায়ে আপত্তি প্ৰদৰ্শন কৰে।

কিছুসংখ্যক লোকে বৃহস্পতিবাৰে স্কুল চৌহদৰ বাহিৰত প্ৰতিবাদ প্ৰদৰ্শন কৰে।

শুকুৰবাৰে প্ৰতিবাদী লোকসকলৰ সংখ্যা অধিক হৈ পৰে।

স্কুল কৰ্তৃপক্ষই মুছলিম সম্প্ৰদায়টোক ক্ষমা খোজে।

উল্লেখযোগ্য যে ইছলাম ধৰ্ম প্ৰবৰ্তন কৰোতা হজৰত মহম্মদৰ কোনো ছৱি অঁকা অথবা প্ৰদৰ্শন কৰাটো ইছলাম ধৰ্মবিৰোধী।
ব্ৰিটেইনত বৰ্তমান ৩.৩ মিলিয়ন ইছলামধৰ্মী লোকে বসবাস কৰি আহিছে।
কাৰ্টুনটোৰ প্ৰদৰ্শনক লৈ দেশখনৰ ইছলামিক সংগঠনসমূহে আপত্তি দৰ্শাইছে।

আনহাতে, স্কুলখনত প্ৰদৰ্শন কৰা কাৰ্টুনটোৰ বাবে চাৰ্লি হেবডো আলোচনীৰ পেৰিছস্থিত কাৰ্যালয়ত ইছলামিক উগ্ৰবাদীয়ে আক্ৰমণো সংঘটিত কৰিছিল।

২০১৫ চনত সংঘটিত আক্ৰমণটোত প্ৰাণহানি ঘটিছিল ১২জন লোকৰ।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd