• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানৱজগতৰ বাবে ভাবুকি! প্ৰদূষণে আকাৰত প্ৰভাৱ পেলাইছে পুৰুষৰ লিংগৰ, বিজ্ঞানীৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2021 1:57 pm
556
VIEWS
Share on FacebookShare on Twitter

প্ৰদূষণৰ বাবে পুৰুষৰ লিংগ ক্ৰমান্বয়ে কোঁচ খাই আহিছে।

এগৰাকী পৰিৱেশ বিজ্ঞানীয়ে এই চাঞ্চল্যকৰ বক্তব্যটো আগবঢ়াইছে।

পৰিৱেশ বিজ্ঞানীগৰাকীৰ মতে, যোৱা কিছু বছৰ ধৰি প্ৰদূষণৰ মাত্ৰা বাঢ়ি অহাত পুৰুষৰ লিংগ ক্ৰমান্বয়ে কোঁচ খাবলৈ ধৰিছে।

ক্ৰমাগতভাৱে নৱজাত শিশুসন্তানসমূহে প্ৰদূষণৰ ফলত একোটা সৰু লিংগ লৈ জন্ম হৈছে, বিজ্ঞানীগৰাকীয়ে এইদৰে কয়।

শ্বান্না শ্বোৱান নামৰ বিজ্ঞানীগৰাকীয়ে তেওঁৰ শেহতীয়া গ্ৰন্থ ‘কাউণ্ট ডাউন’ত এই কথা প্ৰকাশ কৰিছে।

তেওঁ কয় যে মানৱজগতে প্ৰজননৰ ক্ষেত্ৰত ‘অস্তিত্বৰ সংকট’ত পৰিছে, যিহেতু পুৰুষৰ লিংগ কোঁচ খাই আহিব ধৰিছে আৰু জননাংগসমূহ প্ৰদূষণৰ ফলত দূষিত হৈছে।

‘ফঠালেট’ (Phthalate) নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ ফলত এইসমূহ হৈছে বুলি বিজ্ঞানীগৰাকীয়ে কয়।

‘ফঠালেট’ হৈছে এবিধ ৰাসায়নিক পদাৰ্থ, যি প্লাষ্টিক নিৰ্মাণত ব্যৱহাৰ কৰা হয় আৰু ই মানৱ শৰীৰৰ স’তে সংযোগ ঘটি হৰম’ন সৃষ্টি কৰা ‘এনডক্ৰিণ চিষ্টেম’ত (endocrine system) প্ৰভাৱ পেলাইছে।

যাৰ বাবে পুৰুষৰ লিংগ সংকুচিত হৈ আহিছে।

বিজ্ঞানীগৰাকীয়ে গ্ৰন্থখনত এইসমূহ বিষয় অধ্যয়ন কৰিছে যে আধুনিক বিশ্ব কিদৰে পুৰুষৰ বীৰ্যৰ প্ৰতি ভাবুকি হৈ পৰিছে, পুৰুষ আৰু নাৰীৰ প্ৰজননক্ষমতা কিদৰে সলনি হৈছে আৰু ই কিদৰে মানৱজগতত ভৱিষ্যতৰ বাবে প্ৰভাৱ পেলাইছে।

তেওঁ আৱিষ্কাৰ কৰে যে মাতৃগৰ্ভত যিবিলাক নৱজাত শিশুৱে এই ৰাসায়নিক দ্ৰব্যবিধৰ স’তে সংযোগ ঘটিছিল, সেই শিশুবিলাকৰ লিংগ সৰু।

এই ৰাসায়নিক পদাৰ্থবিধে প্লাষ্টিকৰ ভৰ কমাই দিয়ে, যিকোনো পৰিস্থিতিতে প্লাষ্টিক মিলি যায়।

ই পুতলা আৰু খাদ্যৰ জৰিয়তে মানুহৰ হৰমনৰ প্ৰাকৃতিক উৎপাদনক বাধাগ্ৰস্ত কৰি মানৱ উন্নয়নৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই আনিছে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd