• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত এদিনতে কোভিডত আক্ৰান্ত প্ৰায় ৬৩ হাজাৰ লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2021 5:21 pm
COVID19-positive-1-1140x570-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়া প্ৰতিদিনে ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্য ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।বিগত ২৪ ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত হৈছে প্ৰায় ৬৩ হাজাৰ লোক।

দেশৰ ১৮ খন ৰাজ্যত এতিয়া পোৱা গৈছে কোভিডৰ নতুন প্ৰজাতি।

Apply Now

এই প্ৰজাতি কোভিড-১৯ তকৈয়ো অধিক মাৰাত্মক বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।

ভেকচিন ওলাইছে, কিন্তু কোভিডৰ আতংকৰ পৰা মুক্ত হ’ব পৰা নাই দেশ।

দেশত কিছুদিন আগলৈকে কোভিডৰ সংহাৰ বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল যদিও শেহতীয়াকৈ পুনৰ কোভিডে মাৰাত্মক ৰূপত মূৰ দাঙি উঠিছে।

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰততো বৰ্তমান সময়ত কোভিড ভাইৰাছৰ সংক্ৰমণ পুনৰ নতুনকৈ আৰম্ভ হৈছে।

বিগত ২৪ ঘণ্টাত ভাৰতত  ৬২,২৫৮ গৰাকী ব্যক্তি কোভিড প’জিটিভ হৈছে।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈ জন।ভাৰতত যোৱা ২৪ ঘণ্টাত ২৯১ গৰাকী কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰ, তামিলনাডু, পঞ্জাৱ আদি ৰাজ্যত কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।দেশত ক’ৰ’ণাৰ নতুন ঢৌ অহাৰ সময়তে এইবাৰ ক’ৰ’ণাত আক্ৰান্ত হ’ল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ।

আজি টুইটাৰত তেণ্ডুলকাৰে ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথা নিজে প্ৰকাশ কৰিছে।

তেওঁ লগতে কয় যে পৰিয়ালৰ আন কোনো লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা হোৱা নাই। টুইটাৰত তেণ্ডুলকাৰে লিখিছে যে তেওঁ বৰ্তমান সুস্থ হৈ আছে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ হোম কোৱাৰেণ্টাইনত আছে।

ইপিনে ক্ৰিকেটাৰ গৰাকী ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd