• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰবাসী দম্পত্তিৰ বদান্যতা, বিহাৰ-ঝাৰখণ্ডৰ চিকিৎসাসেৱাৰ বাবে প্ৰদান কৰিলে ১ কোটি টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2021 8:18 am
Del6445412

Del6445412

1.1k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা এটা প্ৰবাসী ভাৰতীয় দম্পতিয়ে নিজৰ বদান্যতাৰ বাবে বাতৰিৰ শিৰোনামা দখল কৰিছে।

দম্পতিটোৱে বিহাৰ আৰু ঝাড়খণ্ডৰ স্বাস্থ্যখণ্ডলৈ ১ কোটি টকা প্ৰদান কৰিছে।

সোমবাৰে উত্তৰ আমেৰিকাৰ বিহাৰ ঝাৰখণ্ড এচ’ছিয়েচনে ((BJANA)) এই কথা জানিবলৈ দিছে।

স্বামী ৰমেশ ভাটিয়া আৰু পত্নী কল্পনা ভাটিয়াই টকাখিনি বিহাৰ ঝাৰখণ্ড এচ’ছিয়েচনক দম্পত্তিটোৰ পৰিয়ালৰ ন্যাসৰ তৰফৰ পৰা প্ৰদান কৰিছে।

উক্ত টকাকিনি বিহাৰ ঝাৰখণ্ড এচ’ছিয়েচনে গ্ৰাম্যাঞ্চলৰ চিকিৎসা সেৱা আৰু তেওঁলাকৰ প্ৰাণ-বিজেএএনএ (PRAN-BJANA) আঁচনিৰ দ্বাৰা প্ৰয়োগ কৰিব।

উল্লেখযোগ্য যে ‘দা প্ৰৱাসী আলুমনি নিচ্ছুল্ক’ (The Pravasi Alumni Nisshulk, চমুকৈ PRAN) হৈছে আমেৰিকা প্ৰবাসী ভাৰতীয় চিকিৎসকলে গঠন কৰা এটা আঁচনি, যাৰ দ্বাৰা বিহাৰ আৰু ঝাৰখণ্ডৰ পাছ পৰা লোকসকলে বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব পাৰে।

ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচিত এই আঁচনিৰ এখন ক্লিনিকো তেওঁলোকে স্থাপন কৰিছে।

Recent News

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd