• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইতাক ঢুকাল বাৰাক অবামাৰ, মৃত্যুৰ সময়ত বয়স আছিল ৯৯ বছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2021 8:50 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইতাক ঢুকাল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অবামাৰ।

আফ্ৰিকা মহাদেশৰ কেনিয়াত বাস কৰা প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ আইতাক ছাৰাহ অবামাই সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰা বুলি তেওঁৰ কন্যা মাৰছাট অনিয়াংগ’ই সংবাদমাধ্যমক জনায়।

Apply Now

‘মামা ছাৰাহ’ নামে পৰিচিত ছাৰাহ অবামাৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৯ বছৰ।

প্ৰায় এসপ্তাহ ধৰি তেওঁ অসুস্থ হৈ থকাত দেশখনৰ পশ্চিম অঞ্চলৰ কিছুমু চহৰস্থিত জাৰামগী অগিংগা অডিংগা হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

আইতাকৰ মৃত্যুৰ খবৰ পাই বাৰাক অবামাই সমবেদনা জ্ঞাপন কৰিছে।

এসময়ত এগৰাকী সাধাৰণ গাঁৱলীয়া তিৰোতা ছাৰাহ অবামাই স্থানীয় এখন স্কুলত ছাত্ৰ ছাত্ৰীক খাদ্য বিতৰণ কৰিছিল।

কিন্তু ২০০৮ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰথম বাৰৰ বাবে কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে বাৰাক অবামা নিৰ্বাচিত হোৱাৰ পাছতে তেওঁৰ আইতাকেও জনপ্ৰিয়তা লাভ কৰে।

২০০৬ চনত বাৰাক অবামাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনইছ প্ৰদেশৰ ছিনেটৰ হৈ থাকোতে কেনিয়া ভ্ৰমণ কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁৰ আইতাক কেনিয়াৰ এগৰাকী চেলিব্ৰেটি হৈ পৰিল।

২০০৮ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা ছাৰাহ অবামাৰ ঘৰটো হৈ পৰিল পৰ্যটকৰ কেন্দ্ৰবিন্দু।

১৯২২ চনত ভিক্টোৰিয়া হৃদৰ কাষৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা ছাৰাহ অবামা আছিল হুছেইন অনিয়াংগ’ অবামাৰ তৃতীয়া পত্নী।

ছাৰাহ অবামাৰ স্বামী আছিল এগৰাকী বনৌষধী চিকিৎসক আৰু গাঁৱৰ মুখীয়াল।

তদুপৰি তেওঁ ব্ৰিটিছ সেনাৰ হৈ বাৰ্মাতো (বৰ্তমান ম্যানমাৰ) সৈনিক হিচাপে ভাগ লৈছিল।

১৯৭৫ চনত তেওঁৰ মৃত্যু হৈছিল।

উল্লেখযোগ্য যে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাই ছাৰাহ অবামাক মৰমতে ‘আইতাক’ বুলি সম্বোধন কৰিলেও তেওঁলোকৰ সম্পৰ্ক বংশগত নহয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ লোৱাৰ পাছতে তেওঁ কেনিয়াৰ ৰাজধানী নাইৰোবি ভ্ৰমণ কৰিছিল আৰু তাত ছাৰাহ অবামাৰ পৰিয়ালৰ স’তে সাক্ষাৎ কৰিছিল।

তদুপৰি ২০১৮ চনতো প্ৰাক্তন ৰাষ্ট্ৰপতিজনে কগেলু নামৰ গাঁওখনত থকা ছাৰাহ অবামাৰ ঘৰলৈ আহিছিল।

ছাৰাহ অবামা ঢুকোৱাৰ পাছতে কেনিয়াৰ ৰাষ্ট্ৰপতি উহুৰু কেনিয়াট্টাই শোকপ্ৰকাশ কৰিছে।

ছাৰাহ অবামাক দেশখনৰ পৰিয়াল ব্যৱস্থাৰ এগৰাকী ‘আইকন’ হিচাপে আখ্যা দি তেওঁ কয় যে দেশখনে এগৰাকী শক্তিশালী, মহিয়সী মহিলাক হেৰুৱালে।

পৰিয়ালৰ সূত্ৰই জনোৱামতে, মামা ছাৰাহক ঘৰতে বুধবাৰে ইচলামিক পৰম্পৰামতে কবৰ দিয়া হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd