• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বামী ঘৰত নথকা অৱস্থাত মহিলাক ধৰ্ষণ কৰি ৰঙাঘৰ অভিমুখে বিজেপিৰ যুৱ নেতা, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2021 12:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্ষণৰ গোচৰত ৰঙাঘৰৰ ভাত খাব লগা হৈছে বিজেপিৰ যুৱমৰ্চাৰ এগৰাকী নেতা।

বিজেপিৰ মণ্ডল অধ্যক্ষ ৰূপে দলীয় কাম কাজ কৰি অহা মধ্যপ্ৰদেশৰ জবলপুৰৰ বাসিন্দা নেতাগৰাকীৰ নাম হৈছে ৰাজেশ শ্ৰীবাস্তৱ।

Apply Now

মধ্যপ্ৰদেশ আৰক্ষীয়ে তেওঁক এগৰাকী মহিলাৰ ওপৰত ধৰ্ষণ আৰু প্ৰৱঞ্চনা চলোৱাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে।

প্ৰৱঞ্চিত মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ স’তে আৰক্ষীৰ কাষ চপাৰ পাছতে সমগ্ৰ কাণ্ডটো পোহৰলৈ আহে।

জবলপুৰ আৰক্ষীৰ মতে, শ্ৰীবাস্তৱে মহিলাগৰাকীৰ ঘৰলৈ স্বামী নথকা অৱস্থাত প্ৰায়ে অহা-যোৱা কৰি আছিল।

মহিলাগৰাকীৰ স্বামী এজন চৰকাৰী কৰ্মচাৰী, সেইসূত্ৰে তেওঁ  ঘৰত নাথাকিছিল।

মহিলাগৰাকীয়ে নিজৰ অভিযোগপত্ৰত উল্লেখ কৰা যে এদিন মহিলাগৰাকীক অচেতন কৰি বিজেপি যুৱ মৰ্চাৰ নেতাজনে ধৰ্ষণ কৰে।

মহিলাগৰাকীয়ে আৰু জনায় যে যুৱ মৰ্চাৰ নেতাজনে তেওঁৰ কিছু আপত্তিজনক ফটো আৰু ভিডিঅ’ উঠায় আৰু লগতে ভাবুকিও প্ৰদান কৰে।

যেতিয়া মহিলাগৰাকীয়ে ২০২০ চনৰ ছেপ্টেম্বৰত স্বামীৰ লগত থাকিবলৈ গুছি যোৱাত যুৱ মৰ্চাৰ নেতাজনে তেওঁক তাৰ পৰা গুছি আহিবলৈ দাবী জনায়।

আৰু যদি তেওঁ গুচি নাহে, তেন্তে আপত্তিজনক ফটো আৰু ভিডিঅ’সমূহ তেওঁৰ স্বামীলৈ প্ৰেৰণ কৰিব বুলি ভাবুকি প্ৰদান কৰে।

তাৰপাছত মহিলাগৰাকীৰ যুৱ মৰ্চাৰ নেতাজনৰ কথা অগ্ৰাহ্য কৰে।

লগে লগে নেতাজনে ভিডিঅ’ আৰু ফটোসমূহ মহিলাগৰাকীৰ স্বামীলৈ প্ৰেৰণ কৰে।

কিন্তু কোনোধৰণৰ পাৰিবাৰিক অশান্তৰ সূত্ৰপাত নঘটাই পতি-পত্নী, দুয়ো আৰক্ষী থানালৈ যায়।

আৰক্ষীয়ে নেতাজনক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ (২-এন), ৫০৬ আই, ২৮৪ আৰু ৩৮৪ ধাৰাত গোচৰ আৰোপ কৰে।

ঘটনাটোৰ ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছে কৈছে যে বিজেপি নেতাজনে সকলো সীমা লংঘন কৰি গৈছে।

আনহাতে, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰাজনীশ আগৰৱালে কয় যে তেওঁ সম্পৰ্কত অৱগত নহয় যদিও আইনে নিজৰ বাট ল’ব বুলি তেওঁ বিশ্বাসী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd