• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৫ সংখ্যক জন্ম জয়ন্তী : কোকৰঝাৰত জন্ম তিথি উদযাপন

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
March 31, 2021 10:45 am
Bodafa
6.1k
VIEWS
Share on FacebookShare on Twitter

আজি বড়ো জাতিৰ পিতা বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৫ সংখ্যক জন্ম বাৰ্ষিকী। বড়ো জাতিৰ পিতাগৰাকীৰ জন্ম বাৰ্ষিকী আজি গাম্ভীৰ্যপূৰ্ণ পৰিবেশত কোকৰাঝাৰ জিলাৰ দোতোমাৰ থুলুঙগাফুৰিষ্টিত সমাধিক্ষেত্ৰত পালন কৰা হয়।

ৰাতিপুৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্ধোগত আয়োজন কৰা এই উদ্যাপনত বিটিচি মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, এবছুৰ সভাপতি দ্বীপেন বড়ো, লগতে বহু নেতাই শ্ৰদ্ধাঞ্জলি জনাই বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মক |

বড়ো জাতিৰ পিতৃ হিচাবে মানিলোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ এই জন্মতিথিক বড়ো ছাত্ৰ সন্থাই ছাত্ৰ দিৱস হিচাবে পালন কৰি আহিছে।

ইয়াৰ বাবে অজিৰ দিনটোক বিটিআৰত চৰকাৰী বন্ধ হিচাবে ঘোষণা কৰা হৈছে বুলি মন্ত্যৱ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।

উল্লেখযোগ্য যে, বড়োসকলৰ বাবে অহৰহ সংগ্ৰাম কৰা বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মই ১৯৬৫ চনৰ ৩১ মাৰ্চত জন্মগ্ৰহণ কৰি ১৯৯০ চনৰ ১ মে’ত পৰলোকগামী হয়।

এবছুৰ সভাপতি হৈ থকা সময়ত উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়োসকলৰ অধিকাৰৰ বাবে আন্দোলন ঘোষণা কৰাৰ লগতে সুকীয়া ৰাজ্যৰ দাবী কাৰ্যকৰীকৰণৰ বাবে সংগ্ৰাম চলাই গৈছিল।

Recent News

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd