• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিঠিৰ কি প্ৰত্যুত্তৰ দিলে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2021 2:30 pm
PM-Modi-_PTI__770_1200x768
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিঠিৰ উত্তৰ দিছে চিৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে।

মংগলবাৰে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ প্ৰধামমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিঠিৰ উত্তৰত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিছে।

Apply Now

উল্লেখ্য যে জন্মলগ্নৰে পৰা ভাৰতৰ বৈৰী ৰাষ্ট্ৰ হিচাপে পাকিস্তানে দীৰ্ঘদিন ধৰি ভাৰতৰ শান্তি বিঘ্নিত কৰি আহিছে।

কাশ্মীৰ সীমান্তত অনুপ্ৰৱেশৰ জৰিয়তে ভাৰতত সন্ত্ৰাসবাদ বিয়পোৱা বুলি ভাৰতে পাকিস্তানক জগৰীয়া কৰি আহিছে। কাশ্মীৰৰ বিবাদৰ ফলস্বৰূপে দুই দেশৰ মাজত একাধিকবাৰ মুখামুখি যুদ্ধও সংঘটিত হৈ গৈছে।

ইফালে বাংলাদেশ জন্মৰ বাবে ভাৰতক জগৰীয়া কৰি আহিছে পাকিস্তানে।

পাকিস্তানক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক বুলি অভিহিত কৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায় তথা ৰাষ্ট্ৰসংঘতো নিন্দা কৰি আহিছে।

তেনে সময়তে ‘পাকিস্তান দিৱস’ উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানলৈ এখন পত্ৰ প্ৰেৰণ কৰি ভাৰতে পাকিস্তানৰ সৈতে সুসম্পৰ্ক আৰু শান্তি ৰক্ষা কৰি চলিব বিচাৰে বুলি উল্লেখ কৰিছিল।

মংগলবাৰে এই প্ৰত্ৰৰ প্ৰত্যুত্তৰ দিছে পাক প্ৰধানমন্ত্ৰী ইণৰাণ খানে।

“ভাৰতসহ প্ৰতিখন প্ৰতিৱেশী ৰাষ্ট্ৰৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থান বিচাৰে পাকিস্তানৰ নাগৰিকে। দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজৰ সম্পৰ্ক ভালে থাকিলে ভাৰত আৰু পাকিস্তানৰ মাজৰ সকলো ইছ্যু সমাধান কৰা সম্ভৱ। তাৰ মাজত জন্মু আৰু কাশ্মীৰৰ সমস্যাও অন্যতম।” পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে প্ৰত্ৰত এইদৰে উল্লেখ কৰিছে।

আনহাতে ক’ৰণাৰ বিৰুদ্ধে ভাৰতীয়সকলে কৰা যুদ্ধক অভিনন্দন জ্ঞাপন কৰিছে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে।

স্মৰ্তব্য যে কিছুদিন পূৰ্বে তুৰস্কৰ ৰাজধানী ইষ্টানবুলত ভাৰত আৰু পাক বৈদেশিক মন্ত্ৰীয়ে সাক্ষাৎ কৰিছিল। অৱশ্যে পৃথকে দুয়ো দেশৰ বৈদেশিক মন্ত্ৰীয়ে মিলিত নহ’লেও ইয়াৰ পিছত দুই দেশৰ প্ৰধানমন্ত্ৰীৰ পত্ৰ প্ৰেৰণক কূটনৈতিক বিশেষজ্ঞ মহলে বিশেষ তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd