• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শহুৰেক ডণাল্ড ট্ৰাম্পৰ বিলৈ! বোৱাৰীয়েকে প’ষ্ট কৰা ট্ৰাম্পৰ ভিডিঅ’ও আতৰ কৰিলে ফেচবুকে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2021 9:46 am
342
VIEWS
Share on FacebookShare on Twitter

ডণাল্ড ট্ৰাম্পৰ বৰ্তমান নাজল-নাথল অৱস্থা।

ফেচবুক, টুইটাৰ আৰু ইউটুউবে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিজনক নিষিদ্ধ কৰি ৰাখিছে।

শেহতীয়াকৈ আনকি ট্ৰাম্পৰ বোৱাৰীয়েকৰ পেজত থকা তেওঁৰ এটা ভিডিঅ’ও ফেচবুকে আতৰ কৰিছে।

উল্লেখযোগ্য যে ফেচবুকে জানুৱাৰী মাহত ট্ৰাম্পৰ সমৰ্থকসকলে কেপিটল হলত সংঘৰ্ষ কৰাৰ পিছতে ট্ৰাম্পক নিষিদ্ধ ঘোষণা কৰিছিল।

ট্ৰাম্পৰ বোৱাৰীয়েক লাৰা ট্ৰাম্পে শেহতীয়াকৈ ফক্স নিউজ নামৰ টিভি চেনেলটোত কৰ্মৰত।

ফক্স নিউজৰ হৈ বোৱাৰীয়েকে লোৱা শহুৰেকৰ এটা সাক্ষাৎকাৰৰ ভিডিঅ’ নিজৰ ফেচবুক পেজত প’ষ্ট কৰিছিল।

ইণ্টাৰভিউটোত ট্ৰাম্পে বিভিন্ন বিষয়ৰ ওপৰত নিজৰ মনোভাৱ প্ৰকাশ কৰিছিল।

Recent News

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd