• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় হঠাতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ওপৰত ক্ষুব্ধ হৈ পৰিল কিম জঙৰ ভগ্নী কিম ইয়ো জং?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2021 12:48 pm
Kim yoo jung and moon je in

উত্তৰ কোৰিয়াৰ নেত্ৰী কিম ইয়ো জং আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ককায়েকৰ দৰেই একে মেজাজৰ নেত্ৰী উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ ভগ্নী কিম ইয়ো জং।

অলপতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনক কৈছিল যে আগন্তুক চাৰি বছৰ যদি ভাল কৰি শুব বিচাৰে তেতিয়াহ’লে আৰম্ভণিৰ পৰাই এনে কোনো পৰিস্থিৰ সৃষ্টি নকৰাই ভাল যিয়ে আপোনাৰ নিদ্ৰা হৰণ কৰিব পাৰে।

একেদৰে আকৌ এবাৰ আক্ৰমণাত্মক বক্তৱ্যেৰে চৰ্চাৰ মাজলৈ আহিছে ৩২বছৰীয়া নেত্ৰী কিম ইয়ো জং।

শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ বেলেষ্টিক ক্ষেপনাস্ত্ৰ পৰীক্ষাক লৈ মন্তব্য কৰাৰ বাবে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনৰ ওপৰত তেওঁ ক্ষুব্ধ হৈ পৰিছে।

বাতৰি অনুসৰি, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনক আমেৰিকাৰ ‘ভাটৌ চৰাই’ বুলি অভিহিত কৰিছে কিম ইয়ো জঙে।

এক বিবৃতিত কিম ইয়ো জঙে কয় যে মুন জে ইনৰ নিৰ্লজ্জতাত অবাক নহৈ নোৱাৰি। যুক্তৰাষ্ট্ৰ সজোৱা ভাটৌ চৰাই হিচাপে ‘প্ৰশংসা লাভ’ কৰি তেওঁ সামান্যও দুখিত নহয়।

এনে বক্তব্যৰ পাছতে ছিউলৰ একত্ৰীকৰণ বিষয়ৰ মন্ত্ৰীগৰাকীয়ে তীব্ৰ অসন্তোষ প্ৰকাশ কৰি কৈছে যে দুয়োখন কোৰিয়াকে যিকোনো পৰিস্থিতিতে অৱশ্যে ন্যুনতম শিষ্টাচাৰ অনুসৰণ কৰিবই লাগিব।

বাতৰি অনুসৰি, উত্তৰ কোৰিয়াৰ শেহতীয়াকৈ বেলেষ্টিক ক্ষেপনাস্ত্ৰ পৰীক্ষাক লৈ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনে কৈছিল, ‘’এনেকুৱা পদক্ষেপে বাৰ্তালাপৰ সম্ভৱনাক আৰু জটিল কৰি তুলিব। মানুহ ইয়াক লৈ উদ্বিগ্ন।‘’

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনৰ বক্তৱ্য আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে প্ৰায় মিলি গৈছে। সেইবাবেই হয়তো কিম ইয়ো জং ৰাষ্ট্ৰপতি মুন জে ইনৰ ওপৰত ক্ষুব্ধ হৈ এইদৰে মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd