• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাল প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে শাৰ্দুল ঠাকুৰেও আনন্দ মহিন্দ্ৰাৰ পৰা পালে SUV উপহাৰ, জনালে ধন্যবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2021 9:15 am
Mahindra gift to Shardul
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টীম ইণ্ডিয়াৰ তৰুণ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দেশৰ বিশিষ্ট উদ্যোগী আনন্দ মহিন্দ্ৰাই।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে টি নটৰাজন, শাৰ্দুল ঠাকুৰকে ধৰি মুঠ ছয়জন ক্ৰিকেটাৰক মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন আনন্দ মহিন্দ্ৰাই দিছে বিশেষ উপহাৰ।

Apply Now

ইতিহাস গঢ়ি অষ্ট্ৰেলিয়াৰ মাটিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী হস্তগত কৰি দেশলৈ ওভতে কোহলী বাহিনী।

তাৰপাছতে ছয়জন ক্ৰিকেটাৰক মহিন্দ্ৰাৰ থৰ গাড়ী উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছিল আনন্দ মহিন্দ্ৰাই।

সেই মতে প্ৰথম উপহাৰটো লাভ কৰে নটৰাজনে। এইবাৰ ‘বিষ্ট’ মহিন্দ্ৰা থৰ লাভ কৰিলে শাৰ্দুল ঠাকুৰেও।

ঘৰলৈ পঠিয়াই দিয়া গাড়ীখন দেখি উৎফুল্লিত শাৰ্দুলে টুইট কৰি নতুন গাড়ীখনৰ ফটো প’ষ্ট কৰি ধন্যবাদো জ্ঞাপন কৰিছে।

টুইটত শাৰ্দুলে লিখে,’’নতুন মহিন্দ্ৰা থৰ পাই গ’লো। এখন দুৰ্দান্ত গাড়ী নিৰ্মাণ কৰিছে মহিন্দ্ৰাই আৰু মোৰ এছ ইউ ভি চলাবলৈ বৰ ভাল লাগে। এৱনেকুৱা উপহাৰে তৰুণসকলক উৎসাহিত কৰিব। অষ্ট্ৰলিয়াত আমাৰ প্ৰদৰ্শন এনেদৰে উৎসাহিত কৰাৰ বাবে ধন্যবাদ।‘’

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ভাৰতীয় দলৰ একাধিক ছিনিয়ৰ ক্ৰিকেটাৰ আঘাতপ্ৰাপ্ত হৈ পৰাত সম্পূৰ্ণ তৰুণ ক্ৰিকেটাৰক লৈ খেলপথাৰত নামিছিল টীম ইণ্ডিয়া।

এনে সুযেগ গ্ৰহণ কৰি টীম ইণ্ডিয়াৰ তৰুণ ব্ৰিগেডৰ গীল, শাৰ্দুল, সুন্দৰ, নৱদীপ, ছিৰাজ আদিয়ে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি অষ্ট্ৰিলিয়াক পৰাভূত কৰে।

টীম ইণ্ডিয়াৰ এই তৰুণ ব্ৰিগেডৰ ছয়জন ক্ৰিকেটাৰক আনন্দ মহিন্দ্ৰাই একোখনকৈ মহিন্দ্ৰা থৰ উপহাৰ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm
ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd