• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাল প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে শাৰ্দুল ঠাকুৰেও আনন্দ মহিন্দ্ৰাৰ পৰা পালে SUV উপহাৰ, জনালে ধন্যবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2021 9:15 am
Mahindra gift to Shardul
1.3k
VIEWS
Share on FacebookShare on Twitter

টীম ইণ্ডিয়াৰ তৰুণ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দেশৰ বিশিষ্ট উদ্যোগী আনন্দ মহিন্দ্ৰাই।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে টি নটৰাজন, শাৰ্দুল ঠাকুৰকে ধৰি মুঠ ছয়জন ক্ৰিকেটাৰক মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন আনন্দ মহিন্দ্ৰাই দিছে বিশেষ উপহাৰ।

ইতিহাস গঢ়ি অষ্ট্ৰেলিয়াৰ মাটিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী হস্তগত কৰি দেশলৈ ওভতে কোহলী বাহিনী।

তাৰপাছতে ছয়জন ক্ৰিকেটাৰক মহিন্দ্ৰাৰ থৰ গাড়ী উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছিল আনন্দ মহিন্দ্ৰাই।

সেই মতে প্ৰথম উপহাৰটো লাভ কৰে নটৰাজনে। এইবাৰ ‘বিষ্ট’ মহিন্দ্ৰা থৰ লাভ কৰিলে শাৰ্দুল ঠাকুৰেও।

ঘৰলৈ পঠিয়াই দিয়া গাড়ীখন দেখি উৎফুল্লিত শাৰ্দুলে টুইট কৰি নতুন গাড়ীখনৰ ফটো প’ষ্ট কৰি ধন্যবাদো জ্ঞাপন কৰিছে।

টুইটত শাৰ্দুলে লিখে,’’নতুন মহিন্দ্ৰা থৰ পাই গ’লো। এখন দুৰ্দান্ত গাড়ী নিৰ্মাণ কৰিছে মহিন্দ্ৰাই আৰু মোৰ এছ ইউ ভি চলাবলৈ বৰ ভাল লাগে। এৱনেকুৱা উপহাৰে তৰুণসকলক উৎসাহিত কৰিব। অষ্ট্ৰলিয়াত আমাৰ প্ৰদৰ্শন এনেদৰে উৎসাহিত কৰাৰ বাবে ধন্যবাদ।‘’

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ভাৰতীয় দলৰ একাধিক ছিনিয়ৰ ক্ৰিকেটাৰ আঘাতপ্ৰাপ্ত হৈ পৰাত সম্পূৰ্ণ তৰুণ ক্ৰিকেটাৰক লৈ খেলপথাৰত নামিছিল টীম ইণ্ডিয়া।

এনে সুযেগ গ্ৰহণ কৰি টীম ইণ্ডিয়াৰ তৰুণ ব্ৰিগেডৰ গীল, শাৰ্দুল, সুন্দৰ, নৱদীপ, ছিৰাজ আদিয়ে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি অষ্ট্ৰিলিয়াক পৰাভূত কৰে।

টীম ইণ্ডিয়াৰ এই তৰুণ ব্ৰিগেডৰ ছয়জন ক্ৰিকেটাৰক আনন্দ মহিন্দ্ৰাই একোখনকৈ মহিন্দ্ৰা থৰ উপহাৰ দিছে।

Recent News

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd