• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাঞ্চল্যকৰ! দুই সন্তানক হত্যাৰ চেষ্টা কৰি চিলিং ফেনত ওলমি ৰ’ল এগৰাকী মহিলা, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2021 2:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণপূব দিল্লীৰ ঘিটৰ্নি নামৰ ঠাইখনত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ ঘটনা।

এগৰাকী মহিলাক নিজ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

Apply Now

মহিলাগৰাকীগৰাকীয়ে আত্মহত্যা কৰিছিল আৰু উলমি ৰোৱা অৱস্থাত উদ্ধাৰ হয়।

তেওঁৰ উপৰিও বাসগৃহৰ গা ধোৱা ঘৰত তেওঁলোকৰ দুই সন্তানক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয়।

মহিলাগৰাকীৰ স্বামী হৈছে দিল্লী আৰক্ষীৰ এজন কনিষ্টবল।

অভিযোগ অনুসৰি, মহিলাগৰাকীয়ে তেওঁৰ দুই পুত্ৰক হত্যা কৰাৰ চেষ্টা কৰিছিল।

তেওঁৰ প্ৰথমটো সন্তানৰ বয়স ৩ আৰু দ্বিতীয় সন্তানৰ বয়স ৩ মাহ।

সন্তান দুটাক আঘাত কৰি সিহঁতক গা ধোৱা ঘৰত সোমোৱাই থয়।

আৰক্ষীয়ে কোৱা মতে, তাৰপাছতে তেওঁ এখন চিলিং ফেনত উলমি আত্মহত্যা কৰে।

সন্তান দুটাক ফ’ৰ্টিছ হস্পিতালত চিকিৎসাধীন হৈ আছে, ৩ মহীয়া সন্তানটোৰ অৱস্থা সংকটজনক।

আৰক্ষীয়ে কয় যে মহিলাগৰাকীৰ স্বামী তথা দিল্লীৰ বসন্তকুঞ্জত কৰ্তব্যৰত কনিষ্টবল সুশীলে পুৱা আৰক্ষীক খবৰ দিয়ে যে তেওঁ ঘৰৰ দুৱাৰ খুলিব পৰা নাই আৰু ভিতৰৰ পৰা কোনেও তেওঁক সহাৰি জনোৱা নাই।

তাৰপাছতে বসন্তকুঞ্জ আৰু বসন্ত বিহাৰৰ পৰা আৰক্ষীৰ এটা দল উক্ত স্থানত উপস্থিত হয় আৰু দোৱাৰখন ভাঙে।

তাৰপাছতে কনিষ্টবলজনৰ পত্নীক নিজ কোঠাত চিলিং ফেনত উলমি ৰোৱা অৱস্থাত উদ্ধাৰ কৰা হয়।

তদুপৰি পুত্ৰসন্তান দুটাকো গা ধোৱা ঘৰত অচেতন অৱস্থাত পোৱা যায়।

আৰক্ষীসূত্ৰই প্ৰকাশ কৰা মতে, কনিষ্টবল আৰু তেওঁৰ পত্নীৰ মাজত শেহতীয়াকৈ পাৰিবাৰিক অশান্তি বিৰাজ কৰিছিল।

সুশীলৰ পত্নীৰ নাম ৰাজেশ বুলি জানিব পৰা গৈছে।

তেওঁলোকে ২০১৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল।

পত্নীগৰাকীয়ে আত্মহত্যা কৰাৰ সময়ত কনিষ্টবলজনে ৰাজস্থানত দুদিনৰ বাবে আছিল।

আৰক্ষীয়ে জনাইছে যে তেওঁলোকে এতিয়ালৈকে কাকো দোষী সাব্যষ্ট কৰা নাই কিন্তু মহিলাগৰাকীৰ পৰিয়াল অথবা কনিষ্টবলজনে যদি অভিযোগপত্ৰ দাখিল কৰে, তেন্তে এটা গোচৰ পঞ্জীয়ন কৰা হ’ব।

ইতিমধ্যে কনিষ্টবলজনক এখন স্থানীয় আৰক্ষী থানাত সোধাপোছৰ বাবে মতা হৈছে।

আনহাতে, মহিলাগৰাকীৰ পৰিয়ালে আৰক্ষীৰ আগত দিয়া এটা বিবৃত্তিত অভিযোগ কৰিছে যে স্বামীয়ে মহিলাগৰাকীৰ আগত যৌতুকৰ দাবী কৰি আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd