• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টিউচনৰ পৰা আহি থকাৰ বাটতে দলবদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যু হ’ল দশম শ্ৰেণীৰ ছাত্ৰীৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2021 3:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ মীৰাটৰ সাৰধনা কোটৱালী অঞ্চলত সংঘটিত হৈছে এটা নৃশিংস ঘটনা।

বৃহস্পতিবাৰে এজনী ১৫ বছৰীয়া ছোৱালীক টিউচনৰ পৰা আহি থাকোতে কেইজনমান দুৰ্বৃত্তই অপহৰণ কৰে আৰু পাছত দলবদ্ধভাৱে ধৰ্ষণ কৰে।

Apply Now

ধৰ্ষণৰ পাছত ছোৱালীজনী মৃত্যুমুখত পৰে।

আৰক্ষীয়ে কয় যে ছোৱালীজনীয়ে আত্মহত্যা কৰিলে।

কিন্তু ছোৱালীজনীৰ পৰিয়ালে কয় যে ছোৱালীজনীক দুৰ্বৃত্তকেইজনে বিহ খুৱাই হত্যা কৰে।

ছোৱালীজনী দশম শ্ৰেণীৰ ছাত্ৰ আছিল।

ইতিমধ্যে লখন, বিকাশ আৰু প্ৰকাশ নামৰ অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকীকেইজন অভিযুক্তক আৰক্ষীয়ে বিচাৰি আছে।

ছোৱালীজনীৰ ককায়েকে দিয়া এখন এজাহাৰৰ ভিত্তি জনা গৈছে যে ছোৱালীজনীয়ে এটা টিউচন চেণ্টাৰৰ পৰা খোজকাঢ়ি ঘৰলৈ গৈ আছিল আৰু গাঁৱৰে এজন লোকে তাইক আগভেটি ধৰিছিল।

তাৰপাছতে লোকজনে আন কেইজনমান সতীৰ্থৰ স’তে তাইক এটা পৰিত্যক্ত ঘৰলৈ লৈ নি ধৰ্ষণ কৰে।

ককায়েকে কয় যে যেতিয়া তাই সঠিক সময়ত ঘৰত উপস্থিত নহ’ল, পৰিয়ালৰ লোকে টিউচন চেণ্টাৰলৈ গৈ তাইৰ সম্ভেদ লয়।

কিন্তু চেণ্টাৰটোৱে জনায় যে তাই সেইদিনা ক্লাছলৈ অহা নাই।

তাৰপাছত বিচাৰ খোচাৰ আৰম্ভ কৰে আৰু ক’তো বিচাৰি পোৱা নগ’ল।

কিন্তু সন্ধিয়া ছোৱালীজনী  ঘৰত মুমূৰ্ষ অৱস্থাৰে নিজেই গৈ উলাল আৰু তাইৰ শৰীৰত তেজৰ চিন পোৱাৰ উপৰিও কাপোৰসমূহ ফাটি-চিটি আছিল।

তদুপৰি মুখেৰে একো কথাও ভালদৰে ক’ব পৰা নাছিল।

তাৰপাছতে পৰিয়ালৰ লোকে তাইক চিকিৎসালয়লৈ লৈ যায়, কিন্তু কিছু সময় পাছতে তাইৰ মৃ্ত্যু হয়।

আৰক্ষীয়ে কয় যে ছোৱালীজনীয়ে লিখি থৈ যোৱা এখন চুইচাইড পত্ৰ পোৱা গৈছে, য’ত অভিযুক্তকেইজনৰ নামোল্লেখ আছে।

কিন্তু পৰিয়ালৰ তৰফৰ পৰা কোৱা হৈছে তাইক ধৰ্ষণকাৰীকেইজনে হত্যা কৰিছে।

ইতিমধ্যে পত্ৰখন ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাটোৰ সন্দৰ্ভত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে নিন্দা কৰিছে।

এটা টুইটযোগে তেওঁ কয় যে ঘটনাটোৱে সমাজখনৰ বাবে এটা ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনিছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক  নাম নোলোৱাকৈ ভৎসৰ্ণা কৰি তেওঁ কয় যে বিজেপিৰ তাৰকা প্ৰচাৰকজনে নিৰ্বাচনী ব্যস্ততাৰ মাজত যদি আহৰি সময় পাই, তেন্তে বিষয়টো গুৰুত্বসহকাৰে লোৱাটো প্ৰয়োজন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd