• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাইৰেল হ’ল ৯ বছৰীয়া এটি শিশুৰ স’তে ৰাহুল গান্ধীৰ অন্তৰংগ মুহূৰ্ত, চাওক ভিডিঅ’!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2021 8:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে এজন ৯বছৰীয়া ল’ৰাৰ স’তে অন্তৰংগ মুহূৰ্ত পাৰ কৰিছে কংগ্ৰেছ নেতাজনে।

Apply Now

ল’ৰাজনৰ সপোন হৈছে এজন পাইলট হোৱা আৰু সেয়ে কংগ্ৰেছ নেতা গান্ধীয়ে ল’ৰাজনক নিজৰ হেলিকপ্টাৰৰ পাইলট কক্ষলৈ লৈ যায়।

কংগ্ৰেছ নেতাজনে ইনষ্টাগ্ৰামৰ এটা প’ষ্টত ভিডিঅ’টো আপলোড কৰিছে।

ইনষ্টাগ্ৰামৰ প’ষ্টটোত ল’ৰাজনৰ নাম অদ্বৈত নাম বুলি জনা গৈছে।

”অদ্বৈতৰ সপোন বাস্তৱায়ন কৰিবলৈ আমি প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছো। এতিয়া আমাৰ দায়িত্ব হৈছে এখন সমাজ আৰু গাঁঠনি গঢ়া, যি তেওঁ উৰিবলৈ সকলো সুবিধা প্ৰদান কৰব।”- গান্ধীয়ে ইনষ্টাগ্ৰাম প’ষ্টটোৰ কেপচনত এইদৰে লিখিছে।

 

View this post on Instagram

 

A post shared by Rahul Gandhi (@rahulgandhi)

ভিডিঅ’টো আৰম্ভ হৈছে অদ্বৈতৰ স’তে গান্ধীৰ এক কথোপথনৰ জৰিয়তে।

গান্ধীয়ে অদ্বৈতক সোধে যে ডাঙৰ হ’লে সি কি হ’বলে মন?

অদ্বৈতৰ কয় যে সি এজন পাইলট হ’ব বিচাৰে কাৰণ সি উৰিব বিচাৰে।

পাছদিনা, অদ্বৈতক উৰাজাহাজৰ পাইলটকক্ষ তথা ককপিট দেখুৱাবৰ বাবে গান্ধীয়ে যা-যোগাৰ কৰে।

ককপিটত অদ্বৈতক ৰাহুল গান্ধী আৰু পাইলটজনে কিদৰে উৰাজাহাজ এখন উৰে, সেই বিষয়ে দেখুৱায়।

কেৰেলাৰ নিৰ্বাচনী প্ৰচাৰত দুদিনৰ বাবে ব্যস্ত থকা ৰাহুল গান্ধীয়ে অদ্বৈত আৰু তেওঁৰ পিতৃ-মাতৃক লগ পায় ৰাজ্যখনৰ কান্নুৰ জিলাৰ ইৰিট্টীত।

অদ্বৈতৰ স’তে এই সুন্দৰ ভিডিঅ’টো ইনষ্টাগ্ৰামত আপলোড কৰাৰ পাছতে অসংখ্য লোকে ৰাহুল গান্ধীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

ভিডিঅ’টো বৰ্তমানলৈকে ১.৯ লাখৰো অধিক দৰ্শকে উপভোগ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd