• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘শিখা শৰ্মাক সামাজিক মাধ্যমত গণধৰ্ষণ কৰিম কোৱা বিজেপিৰ সমৰ্থকক কিয় গ্ৰেপ্তাৰ কৰা নাই?’ ৰিপুণ বৰা

"পিজুষ হাজৰিকাক এতিয়া লৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই?" ৰিপুন বৰা

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
April 7, 2021 5:48 pm
index.jpgaa
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বীৰ শ্বহীদক লৈ ফেচবুকত অপমানসূচক মন্তব্য কৰি কাৰাগাৰৰ আলহী হোৱা শিখা শৰ্মাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

আজি ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰাক লৈও মন্তব্য কৰে।

“শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰাক লৈ আমাৰ একো ক’বলগীয়া নাই কিয়নো শ্বহীদ পৰিয়ালক উদ্দেশ্যি দিয়া মন্তব্যৰ ফলত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এই বিষয়ত বিচাৰ আদালতে ল’ব। কিন্তু সামাজিক মাধ্যমত বিজেপিৰ সমৰ্থকে এগৰাকী মহিলাক গণ ধৰ্ষণ কৰিম বুলি কোৱাসকলক কিয় চৰকাৰে এতিয়া লৈকে গ্ৰেপ্তাৰ কৰা নাই?”

“মহিলাৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা লোৱাটো উচিত।” বৰাই লগতে কয়।

আনহাতে এই সংবাদমেলতে সভাপতি ৰিপুণ বৰাই পীযুষ হাজৰিকাক উদ্দেশ্যি কয় “শিখা শৰ্মাক যেনেকৈ এটা পোষ্টৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে তেনেস্থলত পীযুষ হাজৰিকাই সংবাদ কৰ্মীক এনেকৈ ভয় ভাবুকি দিয়াটো এক প্ৰকাৰৰ attempt to murder।”

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

August 16, 2025 9:40 am
বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

August 16, 2025 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd