• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ সন্মান ‘নোমাডল্যাণ্ড’লৈ; আৰু কোনে কোনে পালে শ্ৰেষ্ঠত্বৰ খিতাপ?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2021 12:54 pm
Oscars final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবছৰৰ অস্কাৰৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। এইবাৰ দুটাকৈ ভেন্যুত অনুষ্ঠিত হৈছিল অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। ডলভি থিয়েটাৰৰ লগতে লছ এঞ্জেলছৰ য়ুনিয়ন ষ্টেশ্যনতো অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

অনুষ্ঠানত উপস্থিত থকা সকলো দৰ্শকৰে কোভিড-টেষ্ট সম্পন্ন কৰা হৈছিল। অনুষ্ঠানত থকা তাৰকা তথা পৰিচালকসকলেও কোভিডৰ নিগেটিভ ৰিপ’ৰ্ট লৈ একাডেমী এৱাৰ্ডত অংশ লৈছিল।

Apply Now

এইবাৰ অস্কাৰত চিত্ৰগৃহত মুক্তি লাভ কৰা চলচ্চিত্ৰৰ লগতে ৱেব প্লেটফৰ্মত মুক্তি পোৱা ছবিয়েও মনোনয়নত স্থান পাইছিল।

যোৱা ১৫ মাৰ্চত মনোনয়নৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছিল। ভাৰতৰ পৰা প্ৰেৰণ কৰা ‘জাল্লিকাট্টু’ৱে স্থান লাভ কৰা নাছিল যদিও শ্ৰেষ্ঠ এডাপ্টেড স্ক্ৰিণ প্লে কেটেগুৰিত আছিল প্ৰিয়ংকা চোপ্ৰা, ৰাজকুমাৰ ৰাও, আদৰ্শ গৌৰৱৰ ‘দ্য হোৱাইট টাইগাৰ’।

কিন্তু অৱশেষত প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ছবিখন। এই কেটেগুৰিত শ্ৰেষ্ঠ খিতাপ লাভ কৰে এন্টনি হপকিনছ আৰু অলিবিয়া কোলমেন অভিনীত ‘দ্য ফাদাৰ’ ছবিখনে।

এইবছৰ আটাইতকৈ বেছি ১০টা মনোনয়ন লাভ কৰিছিল আমেৰিকাৰ বায়’গ্ৰাফিকেল ড্ৰামা ‘ম্যাঙ্ক’য়ে। প্ৰসিদ্ধ চিত্ৰনাট্যকাৰ হেৰমেন জে ম্যাঙ্কিভিছৰ জীৱন ভিত্তিক ছবিখনৰ মূল ভূমিকাত অভিনয় কৰিছে গেৰী ওল্ডমেনে।

ইয়াৰ পাছতে ছয়টাকৈ মনোনয়ন লাভ কৰিছিল ‘দ্য ফাদাৰ’, ‘জুডাছ এণ্ড দ্য ব্লেক মেছিহা’, ‘মিনাৰি’,’নোমাডল্যাণ্ড’, ‘ছাউণ্ড অফ মেটাল’, আৰু ‘দ্য ট্ৰায়েল অফ ছিকাগো ৭’য়ে।

এইবাৰ সৰ্বাধিক ৩টা অস্কাৰ লাভ কৰিছে ‘নোমাডল্যাণ্ড’ ছবিখনে। এইবাৰৰ অস্কাৰ লাভ কৰা সম্পূৰ্ণ তালিকাখন হ’ল:-

শ্ৰেষ্ঠ ছবি – নোমাডল্যাণ্ড

শ্ৰেষ্ঠ পৰিচালক – ক্লোয়ি জাও (নোমাডল্যাণ্ড)

শ্ৰেষ্ঠ অভিনেতা – এন্টনি হপকিনছ (দ্য ফাদাৰ)

শ্ৰেষ্ঠ অভিনেত্রী – ফ্র্যান্সিস ম্যেকডৰম্যাণ্ড (নোমাডল্যাণ্ড)

শ্ৰেষ্ঠ সহ-অভিনেতা – ড্যানিয়েল কালুয়া (জুডাছ এণ্ড দ্য ব্লেক মেছিহা)

শ্ৰেষ্ঠ সহ-অভিনেত্রী – ইউন ইয়হ জং (মিনাৰি)

শ্ৰেষ্ঠ মৌলিক চিত্রনাট্য – এমাৰেল্ড ফেনেল (প্রমাইছিং ইয়াং ওমেন)

শ্ৰেষ্ঠ এডাপ্টেড চিত্রনাট্য – ক্রিষ্টোফাৰ হ্যাম্পটন এন্ড ফ্লোৰিয়ান জেলাৰ (দ্য ফাদাৰ)

শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্ম – ছোল

শ্ৰেষ্ঠ আন্তর্জাতিক ফিচাৰ ফিল্ম – এনাদাৰ ৰাউন্ড (ডেনমার্ক)

শ্ৰেষ্ঠ তথ্যচিত্র (ফিচাৰ) – মাই অক্টোপাছ টিচাৰ (নেটফ্লিক্সৰ)

শ্ৰেষ্ঠ স্বল্পদৈর্ঘ্যেৰ তথ্যচিত্র – কোলেট (আমেৰিকান)

শ্ৰেষ্ঠ লাইভ একশন শ্বর্ট ফিল্ম – টু ডিছটেন্ট ষ্ট্ৰেঞ্জাৰ্ছ

শ্ৰেষ্ঠ এনিমেটেড শ্বর্ট ফিল্ম – ইফ এনিথিং হেপেনছ আই লাভ ইউ

শ্ৰেষ্ঠ অৰিজিনাল স্কোৰ – ছোল

শ্ৰেষ্ঠ অৰিজিনাল ছং – ‘ফাইট ফৰ ইউ’ (জুডাছ এণ্ড দ্য ব্লেক মেছিহা)

শ্ৰেষ্ঠ আবহ – ছাউণ্ড অফ মেটাল

শ্ৰেষ্ঠ প্রডাকশ্যন ডিজাইন – ম্যাঙ্ক

শ্ৰেষ্ঠ চিনেমাটোগ্রাফি – এৰিক মেচাৰ্ছমিডট (ম্যাঙ্ক)

শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰ স্টাইল – ছার্জিও লোপেজ-ৰিভেৰা, মিয়া নিল এবং জামিকা উইলছন (মা ৰেনে’ছ ব্লেক ব’টম)

শ্ৰেষ্ঠ সাজ সজ্জা – অ্যান ৰথ (মা ৰেনে’ছ ব্লেক ব’টম)

শ্ৰেষ্ঠ সম্পাদনা – মিকেল ই জি নেলছন (ছাউণ্ড অফ মেটাল)

শ্ৰেষ্ঠ ভিজুৱেল এফেক্ট – টেনেট (পৰিচালনা ক্রিষ্টোফাৰ নোলান)

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd