• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ভিড-১৯ৰ বাবে আইপিএল আধাতে এৰি ঘৰলৈ গ’ল অশ্বিনসহিতে কেইবাজনো ক্ৰিকেট তাৰকা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2021 6:04 pm
ক’ভিড-১৯ৰ বাবে আইপিএল আধাতে এৰি ঘৰলৈ গ’ল অশ্বিনসহিতে কেইবাজনো ক্ৰিকেট তাৰকা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ আইপিএল চিজন চলি থকাৰ সময়তে ভাৰতৰ সংকটজনক ক’ভিড পৰিস্থিতিৰ বাবে কেইবাজনো তাৰকা খেলুৱৈয়ে প্ৰতিযোগিতাখনৰ পৰা নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে।

দিল্লী কেপিটেলছৰ হৈ আইপিএলত অংশগ্ৰহণ কৰা তাৰকা অফ স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনে পাৰিবাৰিক কাৰণত দলৰ পৰা অব্যাহতি লৈছে।

I would be taking a break from this years IPL from tomorrow. My family and extended family are putting up a fight against #COVID19 and I want to support them during these tough times. I expect to return to play if things go in the right direction. Thank you @DelhiCapitals 🙏🙏

— Stay home stay safe! Take your vaccine🇮🇳 (@ashwinravi99) April 25, 2021

তেওঁৰ পৰিয়ালৰ লোক কৰোণাত আক্ৰান্ত হোৱাৰ বাবে তাৰকাগৰাকীয়ে দেওবাৰে এই সিদ্ধান্ত লয়।

অৱশ্যে টুইটাৰত তেওঁ লিখে যে সকলো ঠিক থাকিলে সোনকালেই তেওঁক খেলপথাৰত দেখা পোৱা যাব।

অশ্বিনৰ উপৰিও অষ্ট্ৰেলিয়ান তাৰকা আদম ঝাম্পা, কেন ৰিচাৰ্ডছন আৰু এণ্ড্ৰিউ টায়েইও আধাতে আইপিএল এৰি নিজ দেশলৈ ঘূৰি গৈছে।

দেওবাৰে ৰাজস্থান ৰয়েলছৰ তাৰকা এণ্ড্ৰিউ টায়ে চিডনীলৈ উৰা মাৰে।

নিজ দেশৰ সীমান্তসমূহ ক’ভিডৰ বাবে বন্ধ কৰি দিয়াৰ আশংকা কৰিয়েই ৩৪ বৰ্ষীয় ক্ৰিকেটাৰজনে আইপিএল এৰিছে।

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াই ক’ভিড-১৯ ৰোধৰ বাবে দেশখনৰ সীমাসমূহ বন্ধ কৰাৰ পদক্ষেপ লৈ আহিছে।

আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰে সোমবাৰে জনাইছে যে দলটোৰ লেগ স্পীনাৰ আদম ঝাম্পা (২৯) আৰু ফাষ্ট বলাৰ কেন ৰিচাৰ্ডচনক (৩০) বাকী থকা মেচকেইখনত দেখা পোৱা যাব।

তেওঁলোকে ‘ব্যক্তিগত কাৰণ’ত নিজা দেশলৈ ঘূৰি যোৱা বুলি জনোৱা হৈছে।

টায়ে, ঝাম্পা আৰু ৰিচাৰ্ডচনৰ উপৰিও আইপিএলত কেইবাজনো অষ্ট্ৰেলিয়ান ক্ৰিকেট তাৰকাই নিজৰ ক্ৰীড়া নৈপুণ্যতা প্ৰদৰ্শন কৰি আছে।

তেওঁলোকৰ ভিতৰত অন্যতম হৈছে ষ্টিভ স্মিথ, ডেভিড ৱাৰ্ণাৰ, পেট কাম্মিনছ ইত্যাদি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am
জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

August 22, 2025 7:25 am
স্বতন্ত্ৰ সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে হিমন্ত! সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু গোচৰ অসম আৰক্ষীৰ

স্বতন্ত্ৰ সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে হিমন্ত! সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু গোচৰ অসম আৰক্ষীৰ

August 22, 2025 7:08 am
কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

August 22, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am
জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

August 22, 2025 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd