• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণ কাণ্ডৰ গইনা লৈ বিধায়ক শিলাদিত্য দেবৰ পুনৰ উচটনিমূলক মন্তব্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 24, 2018 10:57 pm
Siladitya

শিলাদিত্য দেবৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংবাদ মাধ্যমৰ সন্মুখত সঘনাই বিতৰ্কিত মন্তব্য প্ৰদান কৰি থকা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্যই আজি পুনৰ সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যত সঘনাই ঘটি থকা ধৰ্ষণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰোতে বাংলাদেশী মুছলমানসকলক লক্ষ্য কৰি লয়।

বিধায়কজনে খানাপাৰাত অনুষ্ঠিত হোৱা বুথ সভাপতিসকলৰ সন্মিলনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি সংবাদ মাধ্যমক কয়, ‘মই পূৰ্বেও কৈছিলো যে মুখত অসমীয়া ভাষা, ডিঙিত অসমীয়া গামোচা আৰু সত্ৰৰ মাটি বে-দখল কৰা এই সকল কি ধৰণৰ অসমীয়া? এতিয়া মই আৰু এটা কথা সংযোজন কৰিছো যে অসমীয়া ছোৱালীক ধৰ্ষণ কৰাসকলৰ কোন দিশৰ পৰা অসমীয়া। এইসকল বাংলাদেশী মুছলমান।‘

Apply Now

এইদৰে কোৱাৰ উপৰি বিধায়কগৰাকীয়ে এই বাংলাদেশীসকলৰ বিৰুদ্ধে অভিযান চলোৱাৰ আহ্বান জনাই এক প্ৰকাৰৰ আইন হাতত লোৱাৰ বাবে উচটনি দিয়ে।

তদুপৰি তেওঁ অসমৰ ৰাইজক ধৰ্ষণকাৰীসকলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবৰ বাবেও আহ্বান জনায়। লগতে তেওঁ নিজৰ উচটনিমূলক মন্তব্যত কয় যে এনেকুৱা ধৰণে বাংলাদেশী মুছলমানৰ সংখ্যা বাঢ়ি গৈ থাকিলে অসম আৰু কাশ্মীৰৰ মাজত থকা পাৰ্থক্য নোহোৱা হ’ব।

আনহাতে, বিধায়কগৰাকীয়ে এন আৰ চিৰ ফলাফলৰ পিছত বাংলাদেশীসকল অসমীয়া হৈ পৰিব আৰু প্ৰকৃত  হিন্দু ভাৰতীয়সকল বাংলাদেশী হ’ব লাগিব বুলিও আন এক বিতৰ্কিত মন্তব্য কৰে।

‘এন আৰ চিৰ ফলাফল প্ৰকাশ পোৱাৰ পিছত বাংলাদেশীসকলে ছীল-মোহৰ পাই যাব। মই আজি পুনৰবাৰ কৈছো ৮০ শতাংশ বাংলাদেশী মুছলমান অপৰাধমূলক কাম-কাজত জড়িত হৈ আছে।‘ তেওঁ কয়।

আনহাতে বিধায়ক শিলাদিত্যৰ এই মন্তব্যৰ বিৰোধিতা কৰি এই আই য়ু ডি এফৰ বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমক কয় যে শিলাদিত্যই ৮০ শতাংশ বাংলাদেশী মুছলমান অপৰাধৰ সৈতে জড়িত থকা বুলি কোৱা কথাষাৰৰ আমি গৰিহণা দিছো। লগতে তেওঁৰ এনেকুৱাধৰণৰ উচটনিমূলক তথা সাম্প্ৰদায়িক মন্তব্যৰ জৰিয়তে সমাজত বিষবাষ্প বিয়পাইছে। তেওঁ বিচাৰে যে ম্যানমাৰৰ ৰহিঙীয়া মুছলমানসকলৰ দৰেই অসমৰ মুছলমানসকলৰো অবস্থা হওক। সেয়েহে তেওঁ এনেধৰণৰ মন্তব্য কৰি থাকে।

বিধায়ক আমিনুল ইছলামে শিলাদিত্যক সাংবিধানিক নীতি উলংঘা কৰাৰ অপৰাধত অতি সোনকালে বিধানসভাৰ সদস্য পদৰ পৰা বৰ্খাস্ত কৰিবৰ বাবে দাবী জনায়। লগতে সাম্প্ৰদায়িক তথা উচটনিমূলক মন্তব্য দিয়াৰ বাবে শিলাদিত্যক গ্ৰেপ্তাৰ কৰিবৰ বাবে আহ্বান জনায়।

বিধায়ক আমিনুলে বটদ্ৰৱাত সংঘটিত হোৱা ঘটনাটোৰ গৰিহণা দিয়াৰ উপৰি কয়, ‘জাকিৰ হুছেইন নামৰ যিজনক আৰক্ষীয়ে কৰায়ত্ত কৰিছে তাত আমি অত্যন্ত সুখী। লগতে স্থানীয় মুছলমান লোকসকলে ধৰ্ষণকাৰীৰ গৃহটো ইতিমধ্যে ভাঙি পেলাইছে।‘

আনহাতে শাসকীয় দলৰ বিধায়িকা আঙুৰলতা ডেকাই তেওঁৰ সমষ্টিত এনেধৰণৰ নাৰকীয় ঘটনা সংঘটিত হোৱাৰ সন্দৰ্ভত সাংবাদিকৰ আগত কয় ‘চলিত বিধানসভাত মই বহুকেইটা মহিলা বিষয়ক সমস্যাৰ কথা উল্লেখ কৰিছিলো। যোৱাকালি সংঘটিত হোৱা কাণ্ডটোৱে সমগ্ৰ সমাজখনকে লজ্জানত কৰিছে।‘

তদুপৰি বিধায়িকাগৰাকীয়ে চৰকাৰক ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়। তেওঁ কয় ‘চলিত বিধান সভাৰ বৰ্ষতে যাতে অসম চৰকাৰে কঠোৰতকৈ কঠোৰ আইন প্ৰৱৰ্তন কৰে ,তেতিয়াহে ধৰ্ষণকাৰীয়ে এনে কু-কৰ্ম কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰিবলৈ বাধ্য হয়। লগতে তেওঁলোকক ফাঁচি দিয়াৰো ব্যৱস্থা কৰিব লাগে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd