• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একজিট প’ল তৎকালেই বন্ধ কৰিবলৈ দাবী জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 30, 2021 4:48 pm
exit-p
288
VIEWS
Share on FacebookShare on Twitter

একজিট প’লক গণতন্ত্ৰ বিৰোধী আখ্যা দি ইয়াক তৎকালে বন্ধ কৰিবলৈ দাবী তুলিলে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিয়ে।

এই সন্দৰ্ভত সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে কয় ‘বিগত কিছুকাল ‘একজিট প’ল’ৰ সমীক্ষা ওলোটা হোৱাহে দেখা গৈছে। তাৰ একমাত্ৰ কাৰণ হ’ল ভোটাৰসকলে মনৰ কথা কাকো নকয়। আনকি ঘৰৰ মানুহকো নকয়। পৰিবেশ পৰিস্থিতিৰ লগত মিলি থাকিবলৈ ৰাইজৰ গোপন সিদ্ধান্ত গোপনেই ৰাখে। তেনেস্থলত একজিট প’লৰ সমীক্ষা মানি লোৱাৰ কোনো যুক্তি নাই।‘

তেওঁ লগতে কয় ‘একজিট প’ল প্ৰকৃততে এক গণতন্ত্ৰ বিৰোধী কাৰ্য্য। ই সাময়িক ভাৱে হ’লেও ভোটাৰ ৰাইজক তীব্ৰ মানসিক অশান্তি দিয়ে। একজিট প’লে সকলো জানেই যদি কোন সমষ্টিত কোন প্ৰাৰ্থী জয়ী হ’ব পাৰে তেনেহ’লে কোটি কোটি টকা খৰচ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰো কোনো দৰকাৰ নাথাকিলহেঁতেন।‘

‘তেওঁলোকে ৰাইজৰ মনৰ ভাব বুজিব পৰাকৈ সৰবজান বিদ্যাৰ অধিকাৰী নেকি? বুলি প্ৰশ্ন তুলি বৈশ্যই এই একজিৎ প’ল তৎকালীনভাৱে বন্ধ কৰিবলৈ দাবী জনায়।

তেওঁ লগতে গণতন্ত্ৰ বিৰোধী এই কাৰ্য্যৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি তোলাৰ বাবে ৰাইজক আহ্বান জনায়।

Recent News

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd