• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সকলো বয়সৰ সাংবাদিককে ভেকচিন প্ৰদানৰ দাবী জনাই স্বাস্থ্যমন্ত্ৰীলৈ পত্ৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 1, 2021 4:03 pm
gpc
187
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটী প্ৰেছ ক্লাৱ কৰ্তৃপক্ষই স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰদান কৰি সকলো বয়সৰ সাংবাদিককে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়।
পত্ৰত প্ৰথমে ৪৫ বছৰৰ উৰ্দ্ধৰ সকলো সাংবাদিককে কোভিড-১৯ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰি দিয়াৰ বাবে মন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি লগতে উল্লেখ কৰি কয় ‘কোভিডৰ ভয়াৱহতা দিনক দিনে বৃদ্ধি হৈ আহিছে। কোভিডৰ বিৰুদ্ধে যুঁজখনত প্ৰতিগৰাকী সাংবাদিকে যুঁজ দি আহিছে। গতিকে আমি অনুভৱ কৰিছো যাতে পলম নোহোৱাকৈ সকলো বয়সৰ সাংবাদিককে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰে যেন।‘
শেহতীয়াকৈ নীলাক্ষী ভট্টাচাৰ্য্য, আয়ুস্মান দত্ত, ৰোহিত চাৰদানাকে ধৰি বহু সাংবাদিকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে।
গতিকে সাংবাদিকৰ নিজৰ জীৱনৰ সুৰক্ষা সু-নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি পত্ৰত উল্লেখ কৰি পত্ৰত লগতে কয় ‘সাংবাদিক সকলে কোভিডৰ বিৰুদ্ধে যুঁজখনত প্ৰথম শাৰীৰ যোদ্ধা হিচাপেই যুঁজ দি আহিছে।‘ সেয়েহে এই সময়ত চৰকাৰে সাংবাদিকৰ কোভিডৰ বিৰুদ্ধে যুঁজখনত গুৰুত্ব আৰু দায়িত্ব অনুধাৱন কৰিব লাগে।

সাংবাদিক অবিহনে ভয়াৱহ কোভিডৰ বিৰুদ্ধে যুঁজখনত জয়ী হোৱাটো অসম্ভৱ। গতিকে গুৱাহাটী প্ৰেছ ক্লাৱে সকলো বয়সৰে সাংবাদিকৰ ভেকচিন প্ৰদানৰ বাবে প্ৰয়োজনীয় কেম্প অনুষ্ঠিত কৰিবৰ বাবে ক্লাৱতে ব্যৱস্থা কৰি দিব বুলিও পত্ৰত উল্লেখ কৰে।

Recent News

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd