• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী নহয় এখন শুদ্ধ নাগৰিকপঞ্জীৰ দাবী অসম সত্র মহাসভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2021 6:53 am
NRC-assam-750x375

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী নহয় এখন শুদ্ধ নাগৰিক পঞ্জীৰ প্ৰয়োজনত পুনৰ বিবেচনা কৰি কাম হাতত লোৱাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চাৰকাৰলৈ দাবী জনাইছে অসম সত্ৰ মহাসভাই।

এক বিবৃতিত মহাসভাই কয় যে অসম চুক্তিৰ তিনি দশক কাল অতিক্ৰম কৰাৰ পিছত প্রায় এটা দশক মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীনৰ অন্তত ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে ন্যায়ালয়ৰ তত্ত্বাৱধানত যাতে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগত এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সম্পূৰ্ণ কৰা হয়।

Apply Now

সত্ৰ মহাসভাৰ অভিযোগ যে কেইবাবছৰো পঞ্জীয়নৰ কাম কৰাৰ অন্তত যোৱা ২০১৯ বর্ষত নাগৰিক পঞ্জীৰ তালিকাখন প্ৰস্তুত তথা প্ৰকাশ কৰা হয়। পৰ্যবেক্ষণ কৰি জনা যায় যে উক্ত প্ৰকাশিত তালিকাৰ প্ৰায় ৪০শতাংশই ভুল তথা প্ৰায় ৪০ শতাংশ বিদেশীৰ নাম উক্ত তালিকাত অন্তৰ্ভুক্ত হ’ল।

আনহাতে, হাজাৰৰ পৰা লাখৰ ভিতৰত বহু ভাৰতীয় তথা অসমৰ খিলঞ্জীয়া লোকৰ নাম উক্ত নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰা নহ’ল বা বাদ পৰি গল। এই সন্দৰ্ভত বিভিন্ন সামাজিক সংগঠন, বেচৰকাৰী সংগঠন আদিয়ে তীক্ষ্ণ সমালোচনা কৰি  সময়ে সময়ে দাবী উত্থাপন কৰি আহিছে।

অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই কয় যে অসমৰ অস্তিত্ব ৰক্ষাৰ ৬ বছৰীয়া ঐতিহাসিক আন্দোলনৰ ৮৫৫জন শ্বহীদৰ আত্মবলিদানৰ ফলত অসম চুক্তি হয়। ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত অসমে ভিত্তিবৰ্ষ হিচাপে লাভ কৰে ১৯৭১ বৰ্ষ। ইয়াকো অসমৰ অধিক সংখ্যক লোকে মানি লোৱাৰ পিছতো ৪০ শতাংশ সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বিষয়টো ৰাজহুৱাভাবে অভিযোগ উত্থাপিত হোৱাৰ পিছত উক্ত নাগৰিক পঞ্জীখন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে মানি লোৱা অনুচিত।

তেওঁ কয় যে এনে অশুদ্ধ নাগৰিক পঞ্জী গ্ৰহণ কৰিলে ভাৰত বিৰোধী অৰ্থাৎ দেশদ্ৰোহী কাৰ্য্যকলাপ বুলি আখ্যা দিয়াৰ লগতে ভাৰতীয় তথা অসমীয়া খিলঞ্জীয়াৰ প্ৰতি তীব্র ভাবুকি স্বৰূপ হৈ পৰিব।

আনহাতে, সত্ৰ মহাসভাৰ প্ৰধান সম্পাদকগৰাকীয়ে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৰ লুটি বাগৰমৰা কাৰ্যক তীব্ৰ সমালোচনা কৰি কয় যে সংগঠনটোৱে বহুবাৰ প্ৰকাশিত নাগৰিক পঞ্জীখনত বহু ভুল, অশুদ্ধ আৰু বিদেশীৰ নামেৰে ভৰি থকা বুলি কৈ আহি হঠাৎ সিদিনা কেনেকৈ তেঁওলোকে খিলঞ্জীয়া বিৰোধী কথা কলে ই এক অতিকে ৰহস্য ঘন বিষয় হিচাপে পৰিগণিত হৈছে।

এই নাগৰিক পঞ্জীত বহু হাজাৰ খিলঞ্জীয়াৰ নাম বাদ পৰিছে বুলি মহন্তই খেদ প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd