• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ হটস্পটত গুৱাহাটী মহানগৰ! বহু অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণাৰ লগতে বান্ধি দিয়া হ’ল নতুন নিৰ্দেশনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 5, 2021 6:55 pm
kamrup-containment-zones-1591871619
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ মহানগৰ জিলাত কোভিডৰ সংক্ৰমণ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। যোৱা ২৮ এপ্ৰিলৰ পৰা ৪ মে’লৈকে ৯০২১ গৰাকী লোক কামৰূপ মহানগৰ জিলাত ক’ৰ’নাত আক্ৰান্ত হৈছিল বুলি এক সংবাদমেলত ঘোষণা কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই।

তেওঁ জনোৱা অনুসৰি কামৰূপ মহানগৰ জিলাৰ ৬ টা জ’নৰ পঞ্চম জ’নত আটাইতকৈ বেছি ক’ৰ’ণাৰ সংক্ৰমণ হৈছে। যোৱা এসপ্তাহত ২১৯০ গৰাকী লোক এই জ’নত কোভিডত আক্ৰান্ত হৈছে।

Apply Now

জ’ন ১ ত আছে ১২৫০ গৰাকী কোভিড আক্ৰান্ত। জ’ন ৩টো ১০০৫ টা কোভিড কেচ আছে।

৪০০ তকৈ অধিক কোভিড ৰোগী চিনাক্ত হোৱা ৱাৰ্ডত কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

তলত উল্লেখ কৰা অঞ্চল সমূহত আজিৰে পৰা কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে বুলি তেওঁ জনায়। তলত সেইখিনি অ-সম্পাদিতৰূপত দাঙি ধৰা হ’ল :

  • জ’ন ৫ ৰ ২৮ নম্বৰ ৱাৰ্ডত অধিক সংক্ৰমণ হৈছে। বেলতলা, বশিষ্ট, মৈদাম, বৰ মতৰীয়া আৰু হাতীগাওঁৰ কিছু অংশত সৰ্বাধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।
  • জ’ন ৬ ৰ ১৬ নম্বৰ ৱাৰ্ডত ৫০৯ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। ২৮ নম্বৰ ৱাৰ্ডত ৭৪৩ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।
  • ১৬ নম্বৰ ৱাৰ্ডত ফটাশিল, ভাস্কৰনগৰ, বৰ্ষাপাৰা আৰু ধীৰেণপাৰা অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।
  • জ’ন ১ৰ ৭ নম্বৰত ৱাৰ্ডত ৪১৫ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। সেয়েহে এই ৱাৰ্ডতো কন্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। ভূতনাথ, কুমাৰপাৰা, এ.টি. ৰোড, আঠগাওঁ অঞ্চল এই ৭ নং ৱাৰ্ডৰ অন্তৰ্গত।
  • ২৮ নং ৱাৰ্ডৰ বৰসজাই, বশিষ্ট, মৈদান, বৰমতৰীয়া, হাতীগাওঁ অঞ্চলৰ উত্তৰ অংশ অৰ্থাৎ অজন্তা পথৰ পৰা হাতীগাওঁ চাৰিআলি হৈ বশিষ্ট পথ-জংচন ৰোডত কন্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব। পশ্চিম অংশত বশিষ্ঠ ৰোডৰ পৰা চন্দননগৰ পথলৈকে কন্টেইমেন্ট জ’ন। পূৱ অংশত ৰুক্মিণী বাহিনী নদীৰ পৰা NH37 ব্ৰীজলৈকে কন্টেইমেন্ট জ’ন ঘোষণা।
  • ৬ নং ৱাৰ্ডৰ উত্তৰ অংশত এ.কে ডেব ৰোডৰ পৰা ফটাশিল আমবাৰী চাৰিআলিলৈকে আৰু মৰা ভৰলুৰ পৰা লখৰা ৰোডলৈকে কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হ’ব।দক্ষিণে নেতাজী পথৰ পৰা ফটাশিল ব্ৰীজলৈকে আৰু ভৰলুৰ পৰা জি.এছ কলনী ৰোডলৈকে কন্টেইনমেন্ট জ’ন। পশ্চিম অংশত ভৰলু নদীৰ পৰা সোণাৰাম খেলপথাৰলৈকে কন্টেইনমেন্ট জ’ন।

ইপিনে, এই কন্টেইনমেন্ট জ’নৰ বাবে কেতবোৰ নতুন নিৰ্দেশনাৰ কথা উল্লেখ কৰে জিলা উপায়ুক্তগৰাকীয়ে। তলত সেই নিয়ম উল্লেখ কৰা হ’ল :

  • এই কন্টেইনমেন্ট জ’নত কোনোধৰণৰ অহা-যোৱা কৰিব নোৱাৰিব। ৰাইজৰ সুবিধাৰ বাবে কিছুমান ৰেহাই থাকিব। জৰুৰীকালীন সেৱা চলি থাকিব, ফাৰ্মাচী, পশুখাদ্য-ঔষধৰ বিপনী খোলা থাকিব।
  • চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়, ব্যৱসায়ী প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব। কোভিড প্ৰ’টকল ৰক্ষা কৰি বেংক আৰু এটিএম সেৱা খোলা থাকিব।
  • গেলামালৰ দোকান, গাখীৰ আৰু ফল-মূলৰ বিপনী পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে খুলিব পাৰিব। গ্ৰাহক আৰু বিক্ৰেতাই মানি চলিব লাগিব সামাজিক দুৰত্ব। বিক্ৰেতাই হেণ্ড গ্ল’বছ ব্যৱহাৰ কৰিব লাগিব। এটা সময়ত দোকানৰ বাহিৰে-ভিতৰে ৫ জনতকৈ অধিক লোক গোট খোৱাৰ অনুমতি নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd