• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশ ৰজাৰ বাবে নহয়, ৰজা দেশৰ বাবে; হিমন্ত বিশ্বক আৰু কি কি পৰামৰ্শ সোণোৱালৰ?

দুৰ্নীতিমুক্ত অসম গঢ় দিয়াৰ ক্ষেত্ৰত কাম কৰিবলৈয়ো হিমন্তক পৰামৰ্শ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 9, 2021 6:54 pm
sonn
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘দেশ ৰজাৰ বাবে নহয়, ৰজা দেশৰ বাবে। জনপ্ৰতিনিধিসকল সমাজৰ বাবে বা দেশৰ বাবে।আস্থা আৰু বিশ্বাসেৰে জনসাধাৰণে আমাক নিৰ্বাচিত কৰি পঠিয়াইছে।‘ নিজৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি সৰ্বানন্দ সোণোৱালে পৰামৰ্শ আগবঢ়ালে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

ইপিনে, ‘কোভিড যুঁজত আমি জয়ী হ’ব লাগিব।‘ বুলি উল্লেখ কৰি সোণোৱালে লগতে পৰামৰ্শ দি কয় ‘পূৰ্বৰ শাসনকালত আমি নিষ্ঠাৰে কাম কৰাৰ বাবে ৰাইজে পুনৰ আস্থাত লৈ নিৰ্বাচিত কৰিছে। জনপ্ৰতিনিধি সকলে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিষ্ঠাৰে জনসাধাৰণক সেৱা কৰিব লাগিব।‘

Apply Now

ইপিনে, তিনিটা দলে হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিলে বুলি উল্লেখ কৰি সোণোৱালে ইয়াৰ বাবে বিধায়িনী দলৰ নেতাক কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁ লগতে আশা প্ৰকাশ কৰি কয় ‘সকলোকে লগত লৈ আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে নেতৃত্ব দিব। মৰম চেনেহৰ জৰিয়তে ভাতৃত্ববোধ গঢ় দিব লাগিব।‘

হিমন্তলৈ সোণোৱালৰ অন্য এক পৰামৰ্শ ‘বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামত বসবাস কৰা জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগুৱাই নিব লাগিব।অসমৰ ভিতৰত থকা প্ৰাকৃতিক সম্পদৰ যি সম্ভাৱনা আছে সেই শক্তিক উজ্জীৱিত কৰি এই শক্তিৰ দ্বাৰাই অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ় দিব লাগিব।‘

সোণোৱালৰ দৃঢ় বিশ্বাস ‘আগন্তুক দিনত ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ৰাজনীতিৰ পথাৰত থকা অভিজ্ঞতাৰে কাম কৰি অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে চেষ্টা অৱ্যাহত ৰাখিব।‘

‘দুৰ্নীতিমুক্তভাৱে কাম কৰাৰ বাবেই বিজেপি চৰকাৰে ৰাইজৰ পৰা সমাদৰ বুটলিবলৈ সক্ষম হ’ল। সেয়া আগন্তুক ৫ বছৰতো বৰ্তাই ৰাখিব লাগিব।‘ সোণোৱালে লগতে হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধায়কসকলক পৰামৰ্শ দি কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd