• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন কোভিড নীতি ঘোষণা : অধিক কঠোৰ হ’ব আৰক্ষী প্রশাসন; ভংগ কৰিলে সন্মুখীন হ’ব আইনী শাস্তিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 12, 2021 12:02 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ লগতে ৰাজ্যৰ লগতে কোভিড সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিত আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্যৰ চৰকাৰৰ তথা আৰক্ষী প্ৰশাসনে।

অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধানে এক সংবাদ মেল সম্বোধন কৰি আজি নতুন কোভিড প্ৰটক’লৰ ঘোষণা কৰে।

Apply Now

সংবাদ মেলত অসমৰ বৰ্তমান কোভিড পৰিস্থিতিৰ পৰিসংখ্যা ব্যাখ্যা কৰাৰ লগতে কোভিড সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি শীৰ্ষ বিষয়াদ্বয়ে ঘোষণা কৰে।

এতিয়াৰে চহৰৰ পাঁচ কিলোমিটাৰৰ উপকণ্ঠ অঞ্চলজুৰি দিনৰ ১ বজাৰ পৰা দোকান পোহাৰ বন্ধ থাকিব। আনহাতে গাঁও অঞ্চলত দিনৰ ২ বজাৰ পৰা এই নিয়ম বলৱৎ হ’ব। অৱশ্যে স্বাস্থ্য আৰু অত্যাৱশ্যকীয় আদি জৰুৰী সেৱাক ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।

আনহাতে দিনৰ ১ বজাৰ পিছদিনা পুৱা ৫ বজালৈ কোনো লোকে ৰাজহুৱা স্থানত ঘূৰি ফুৰিব নোৱাৰিব। তেনে অৱস্থাত কোনো লোকক আৰক্ষীয়ে প্ৰত্যক্ষ কৰিলে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে তেনে লোকৰ প্ৰতি কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰিব। ডিজিপি মহন্তৰ মতে এতিয়াআৰ পৰা কেৱল আইপিচিৰ ১৮৮ ধাৰা অথবা দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনতে গোচৰ লোৱা নহ’ব কোভিড বিধি উলংঘনাকাৰী বিৰুদ্ধে তাতকৈ কঠোৰ ধাৰাত গোচৰৰ ৰুজু কৰা হ’ব।

কন্টেইনেন্ট জ’নতো অতি কঠোৰ হ’ব আৰক্ষী। কোনো লোকক দেখা মাত্ৰকে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে শক্তিপ্ৰয়োগ কৰিবলৈও বাধ্য হ’ব বুলি ঘোষণা কৰিছে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে।

সাপ্তাহিক বজাৰ অহা পোন্ধৰ দিনলৈকে বন্ধ থাকিব। চৰকাৰী আৰু বেচৰকাৰী সকলো কাৰ্যালয় অহা ১৫ দিনলৈ বন্ধ থাকিব। ১৫ দিনলৈ ধৰ্মীয় আৰু উপাসমা স্থলীসমূহে বন্ধ থাকিব। ধৰ্মীয় অনুষ্ঠানত পুৰোহিত তথা মৌলবীৰ কাম সমাপন কৰিব পাৰিব। অন্যান্য লোক উপস্থিত থাকিব নোৱাৰিব।

ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকদ্বয়ৰ সংবাদমেলৰ কোভিডক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ  উল্লেখ কৰা হৈছেঃ-

১. চহৰ অঞ্চলত আৰু চহৰ/নগৰ সমিতিৰ সীমাৰ পৰা ৫ কিলোমিটাৰ অঞ্চললৈকে সকলো দোকান-পোহৰ দিনৰ ১বজাত বন্ধ হ’ব। এই অঞ্চলসমূহত দিনৰ ২ বজাৰ পৰা পোৱা ৫ বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা ফুৰা নিষেধ।

২. গ্ৰাম অঞ্চলত দিনৰ ২ বজালৈকে দোকান পোহাৰ খুলিব পাৰিব।এই অঞ্চল সমূহত ৬ বজাৰ পৰা পোৱা ৫ বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা ফুৰা নিষেধ।

৩. ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্যান্য ভোজনালয়ে কেৱল আবেলি ১ বজালৈকে নিজৰ চৌহদৰ ভিতৰত বাহিৰা অতিথিৰ সেৱা কৰিব পাৰিব।ইয়াৰ পাছত হোটেল আবাসীসকলক নিজৰ কোঠাত খাদ্যৰ যোগান ধৰিব পাৰিব। আবেলি ১ বজাৰ পাছত খাদ্যৰ ঘৰুৱা বিতৰণসহ কঢ়িয়াই নিব পাৰিব।

৪. সকলো সাপ্তাহিক বজাৰ/হাট অহা ১৫ দিনৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ থাকিব।

৫. সকলো শিক্ষা প্ৰতিষ্ঠানত শ্ৰেণীসমূহ অহা ১৫ দিনলৈ বন্ধ থাকিব।

৬. সকলো চৰকাৰী আৰু বে-চৰকাৰী কাৰ্যালয় অহা  ১৫ দিনৰ বাবে বন্ধ থাকিব।চৰকাৰী বিভাগত কেৱল উপ-সচিব আৰু ওপৰৰ পৰ্যায়ৰ বিষয়া আৰু জৰুৰী সেৱা লগত জড়িত কৰ্মচাৰী উপস্থিত থাকিব। এই কাৰ্যালয় সমূহ কেৱল ১ বজালৈকেহে খোলা থাকিব।

৭. যদিহে কোনো অঞ্চলত কোভিড ৰোগীৰ সংখ্যা মুঠ পৰীক্ষা কৰাৰ ৫ শতাংশ বা তাতকৈ বেছি হয়, তেনে অঞ্চলসমূহ জিলা উপায়ুক্তই কংতাইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব।

৮. বিবাহত কেৱল নিজৰ ঘৰৰ ভিতৰত ১০জনৰ উপস্থিতিৰে সম্পন্ন কৰিব পাৰিব।

৯.অন্তেষ্টিক্ৰিয়াৰ বাবে কেৱল ১০ জনৰ উপস্থিতিৰ অনুমতি থাকিব।

১০.সকলো ধৰ্মীয় প্ৰতিষ্ঠান অহা ১৫ দিনলৈ বন্ধ থাকিব।মূল পুৰোহিত বা মৌলবীয়ে নূন্যতম ধৰ্মীয় কৰ্মসমূহ সম্পন্ন কৰিব পাৰিব।

১১. সকলো ৰাজহুৱা পৰিবহন ব্যৱস্থাত মুঠ আসনৰ কেৱল ৩০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব।

১২. অটো ৰিক্সা, চাইকেল ৰিক্সা আৰু টেক্সীত এজন চালক আৰু ২ জন যাত্ৰী যাব পাৰিব।

১৩. দুচকীয়া বহনত মাত্ৰ এজন যাব পাৰিব।শিশু আৰু মহিলাৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ’ব।

১৪. চৰকাৰী বাহনৰ বাহিৰে সকলো ব্যক্তিগত বাহন যিকোনো দিনত পোৱা ৫ বজাৰ পৰা দিনৰ ২ বজাৰ যুগ্ম-অযুগ্ম হিচাবত চলাব পাৰিব।এই ব্যৱস্থা সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ নিৰ্দেশ জাৰি কৰিব।কেৱল জৰুৰী কালীন চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ব্যক্তিগত বাহনক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd