• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
May 15, 2021 12:45 pm
CM in Blast site

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে তিনিচুকীয়া জিলাৰ টিংৰাই বজাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

তিনিচুকীয়াৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত টিংৰাইৰ বজাৰ এলেকাত শুকুৰবাৰে সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক আহত হৈছিল।

Apply Now

নিহত লোক দুজনক টিংৰাই এলেকাৰ বাসিন্দা সঞ্জিত সিং(২৫) আৰু সুৰজিৎ তালুকদাৰ (২২) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, বিস্ফোৰণত আহত মনজিৎ দাস আৰু ঘনশ্যাম আগৰৱালা ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে।

টিংৰাইত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত দুজনকৈ নিৰীহ লোকক হত্যাৰ ঘটনাত তীব্ৰভাৱে নিন্দা কৰে।

‘’আমি এই কাপুৰুষালি কাৰ্যৰ আঁৰত থকা ব্যক্তিৰ বিৰুদ্ধে শক্তিশালী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো ত্যাগৰ বিনিময়ত শান্তি অক্ষুন্ন ৰখা হ’ব। আমি অঞ্চলটোত সকলোকে শান্তি বজাই ৰখাৰ বাবে আহ্বান জনাইছো। আমি এনে ধৰণৰ কাৰ্যক কেতিয়াও সহ্য নকৰো,’’-শৰ্মাই কয়।

আনহাতে, ঘটনাৰ বলি ব্যক্তিৰ পৰিয়াললৈ অসম চৰকাৰে এককালীন ৫লাখ টকাৰ সাহায্য ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টিংৰাই বজাৰ পৰিদৰ্শনৰ সময়ত তেওঁক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামশ্বৰ তেলী, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, তিনিচুকীয়াৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষান, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে।

ইপিনে, আৰক্ষীৰ তদন্তকাৰী দলে কালিৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত আলফা স্বাধীনৰ বিৰুদ্ধে আঙুলি টোৱাইছে যদিও আলফা স্বাধীনে এক প্ৰেছ বিবৃতিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত তেওঁলোক জৰিত থকাৰ কথা অস্বীকাৰ কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে, শনিবাৰে আলফা স্বাধীনে এক বিবৃতি যোগে কোভিড-১৯ অতিমাৰীৰ বাবে তিনিমাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd