• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিদাৰুণ: ফেচবুকত বন্ধুত্ব গঢ়ি ২৫ জন পাষণ্ডৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2021 3:10 pm
del
677
VIEWS
Share on FacebookShare on Twitter

ফেচবুকৰ বন্ধুত্ব কেতিয়াবা কাৰোৱাৰ বাবে হৈ পৰিব পাৰে অভিশাপ স্বৰূপ।

শেহতীয়াকৈ দিল্লীৰ এগৰাকী যুৱতী ফেচবুকৰ জৰিয়তে গঢ়ি উঠা বন্ধুত্বৰ পৰিণতিতে গণ ধৰ্ষণৰ বলি হ’বলগীয় হ’ল।

প্ৰায় চাৰি বছৰ ধৰি দিল্লীত থকা যুৱতীগৰাকীৰ সৈতে ফেচবুকত বন্ধুত্ব গঢ়ি উঠিছিল সাগৰ নামৰ যুৱকজনৰ।

প্ৰথমে ইনবক্সত মেছেজৰ আদান-প্ৰদান চলাৰ পিছত যুৱতীগৰাকীৰ পৰা সাগৰে ফোন নম্বৰ লৈছিল। ফোনত দুয়োগৰাকীৰ মাজত কথা চলি থাকিল।

এটা সময়ত সাগৰ নামৰ যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ বিয়াৰ কথা চলিল। এদিন সাগৰে তেওঁৰ মাক-দেউতাকৰ সৈতে চিনাকী কৰি দিব বুলি কৈ যুৱতীগৰাকীক হাৰিয়ানাৰ হোদাল নামৰ ঠাই খনলৈ মাতি পঠিয়ায়।

সেইমৰ্মে ৩ মে’ত যুৱতীগৰাকীয়ে হোদালত গৈ উপস্থিত হয়।হোদালৰ পৰা সেই দিনাই সাগৰে যুৱতীগৰাকীক লৈ যায় ৰামগড় নামৰ ঠাই খনৰ এখন খেতি পথাৰলৈ।

সেই সময়ত খেতি পথাৰত সাগৰৰ ককায়েক আৰু তেওঁৰ কেইজনমান বন্ধুৱে মদ খাই আছিল।

পথাৰৰ মাজতে সাগৰ, সাগৰৰ ককায়েক আৰু বন্ধুসকলে মিলি যুৱতীগৰাকীক ধৰ্ষণ কৰে। ইয়াৰ পিছতে যুৱতীগৰাকীক লৈ অহা হয় আকাশ নামৰ আন এজন  লোকৰ ওচৰলৈ।

তাতো যুৱতীগৰাকীক আন পাঁচ জন লোকে ধৰ্ষণ কৰে।

এনেদৰে ২৫ গৰাকী লোকে ধৰ্ষণ কৰা যুৱতীগৰাকীৰ অৱস্থা এটা সময়ত মূমূৰ্ষ হৈ পৰে আৰু সাগৰ নামৰ যুৱক জনে যুৱতীগৰাকীক বদৰপুৰৰ সীমান্তত পেলাই থৈ আহে।

স্থানীয় লোকে প্ৰত্যক্ষ কৰি যুৱতীগৰাকীক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ ব্যৱস্থা কৰে। ১২ মে’ৰ দিনা যুৱতীগৰাকীয়ে হাৰিয়ানাৰ হাছানপুৰ থানাত সাগৰৰ লগতে মুঠ ২৫ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত চলাই শেহতীয়াকৈ সাগৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকী অভিযুক্ত কেইজন এতিয়াও পলাতক অৱস্থাতে আছে।

এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd