• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিদাৰুণ: ফেচবুকত বন্ধুত্ব গঢ়ি ২৫ জন পাষণ্ডৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2021 3:10 pm
del
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফেচবুকৰ বন্ধুত্ব কেতিয়াবা কাৰোৱাৰ বাবে হৈ পৰিব পাৰে অভিশাপ স্বৰূপ।

শেহতীয়াকৈ দিল্লীৰ এগৰাকী যুৱতী ফেচবুকৰ জৰিয়তে গঢ়ি উঠা বন্ধুত্বৰ পৰিণতিতে গণ ধৰ্ষণৰ বলি হ’বলগীয় হ’ল।

Apply Now

প্ৰায় চাৰি বছৰ ধৰি দিল্লীত থকা যুৱতীগৰাকীৰ সৈতে ফেচবুকত বন্ধুত্ব গঢ়ি উঠিছিল সাগৰ নামৰ যুৱকজনৰ।

প্ৰথমে ইনবক্সত মেছেজৰ আদান-প্ৰদান চলাৰ পিছত যুৱতীগৰাকীৰ পৰা সাগৰে ফোন নম্বৰ লৈছিল। ফোনত দুয়োগৰাকীৰ মাজত কথা চলি থাকিল।

এটা সময়ত সাগৰ নামৰ যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ বিয়াৰ কথা চলিল। এদিন সাগৰে তেওঁৰ মাক-দেউতাকৰ সৈতে চিনাকী কৰি দিব বুলি কৈ যুৱতীগৰাকীক হাৰিয়ানাৰ হোদাল নামৰ ঠাই খনলৈ মাতি পঠিয়ায়।

সেইমৰ্মে ৩ মে’ত যুৱতীগৰাকীয়ে হোদালত গৈ উপস্থিত হয়।হোদালৰ পৰা সেই দিনাই সাগৰে যুৱতীগৰাকীক লৈ যায় ৰামগড় নামৰ ঠাই খনৰ এখন খেতি পথাৰলৈ।

সেই সময়ত খেতি পথাৰত সাগৰৰ ককায়েক আৰু তেওঁৰ কেইজনমান বন্ধুৱে মদ খাই আছিল।

পথাৰৰ মাজতে সাগৰ, সাগৰৰ ককায়েক আৰু বন্ধুসকলে মিলি যুৱতীগৰাকীক ধৰ্ষণ কৰে। ইয়াৰ পিছতে যুৱতীগৰাকীক লৈ অহা হয় আকাশ নামৰ আন এজন  লোকৰ ওচৰলৈ।

তাতো যুৱতীগৰাকীক আন পাঁচ জন লোকে ধৰ্ষণ কৰে।

এনেদৰে ২৫ গৰাকী লোকে ধৰ্ষণ কৰা যুৱতীগৰাকীৰ অৱস্থা এটা সময়ত মূমূৰ্ষ হৈ পৰে আৰু সাগৰ নামৰ যুৱক জনে যুৱতীগৰাকীক বদৰপুৰৰ সীমান্তত পেলাই থৈ আহে।

স্থানীয় লোকে প্ৰত্যক্ষ কৰি যুৱতীগৰাকীক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ ব্যৱস্থা কৰে। ১২ মে’ৰ দিনা যুৱতীগৰাকীয়ে হাৰিয়ানাৰ হাছানপুৰ থানাত সাগৰৰ লগতে মুঠ ২৫ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত চলাই শেহতীয়াকৈ সাগৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকী অভিযুক্ত কেইজন এতিয়াও পলাতক অৱস্থাতে আছে।

এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd