• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০০ শতাংশ গেৰাণ্টি! এদিনৰ পৰা ৪ দিনৰ ভিতৰত ৰিতুল শইকীয়া ঘূৰি আহিব ঘৰলৈ: পৰেশ বৰুৱা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 20, 2021 7:04 pm
himanta-4-696x392-1-696x375

ফটো সৌজন্য: ইন্টাৰনেট।

420
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক আহ্বানৰ পাছতে অন্তৰ কুমলিল আলফা স্বাধীনৰ সেনাধ্যক্ষ গৰাকীৰ।

হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে ম্যানমাৰৰ আলফাৰ সেনা চাউনীত ৰিতুল শইকীয়া সুস্থ হৈ আছে। পৰেশ বৰুৱাক অনুৰোধ ৰিতুল শইকীয়াক মুকলি কৰি দিয়ক। প্ৰয়োজনত আমি লৈ আহিম বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ONGC য়ে থলুৱাক নিযুক্তি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লব আৰু ONGC কৰ্তৃপক্ষই মুখমন্ত্ৰীৰ কথা শুনি লোৱা বুলি কয়।

“মুৰ্গীটো জীয়াই ৰাখিব লাগিব, মাৰি পেলালে ক’ৰ পৰা কণী পাৰিব!”-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।

পৰেশ বৰুৱাই তিনিমাহ যুদ্ধ বিৰতিৰ কথা কৈছে যদিও তাতকৈ আৰু এখোজ আগুৱাই ৰিতুল শইকীয়াক পুনৰ মুকলি কৰি দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়, “ইয়াত কোনো ৰাষ্ট্ৰৰ দাম্ভিকতা নাই বা মুখ্যমন্ত্ৰী ৰ দাম্ভিকতা নাই। ৰিতুলৰ সন্তানৰ চকুত দেখি অহা পিতৃৰ অভাৱ,পৰিয়ালৰ অন্তৰ ৰিক্ত হৈ আছে, সেয়েহে ৰিতুলক এৰি দিয়ক আৰু মোৰ অনুৰোধ পৰেশ বৰুৱাই শুনিব।”

অসমৰ উন্নয়নৰ বাবে ONGC য়ে কাম কৰিব সেয়া মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব ল’ব বুলি দাবী কৰে।

তাৰ পাছতে এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মুখ্য সম্পাদকলৈ ফোন কৰি পৰেশ বৰুৱাই কয়, “২০০ শতাংশ গেৰাণ্টি! এদিনৰ পৰা ৪ দিনৰ ভিতৰত ৰিতুল শইকীয়া ঘূৰি আহিব ঘৰলৈ।”

ইপিনে মুখ্যমন্ত্ৰীয়ে ONGC ক লৈ লোৱা দায়িত্বৰ বাবে তেওঁক ধন্যবাদ জনোৱাৰ লগতে কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

Recent News

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd