• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডত ২০জনকৈ লোকৰ মৃত্যু ঘটা বিশ্বনাথ জিলাত ভেণ্টিলেটৰ অবিহনেই চলি আছে চিকিৎসা সেৱা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 22, 2021 2:03 pm
Biswanath hospital final

ফটো: নৰ্থইষ্ট নাও।

219
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ বিশ্বনাথ জিলাত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। ইতিমধ্যে সমগ্ৰ জিলা খনত পোন্ধৰশৰ আশে-পাশে আছে কোভিড ৰোগীৰ সংখ্যা।

আনহাতে, এতিয়া পৰ্যন্ত বিশ্বনাথ জিলাত কৰ’নাত আক্ৰান্ত হৈ ২০জনকৈ লোকে  প্ৰাণ হেৰুৱাইছে।

কিন্তু আচৰিত বিষয় এইটোৱে যে দহ লাখতকৈয়ো অধিক লোক বসবাস কৰা এই বিশ্বনাথ জিলাখনত জৰুৰী কালীন সময়ৰ বাবে নাই ভেণ্টিলেটৰৰ বিশেষ ব্যবস্থা।

জৰুৰীকালীন সময়ত বিশ্বনাথ জিলাৰ জনসাধাৰণৰ ভেণ্টিলেটৰ আৰু আই চি ইউৰ প্ৰয়োজন হ’লে প্ৰেৰণ কৰিব লাগে শোণিতপুৰ জিলাত।

এই সমস্ত বিষয় সন্দৰ্ভত বিশ্বনাথ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক সাংবাদিকে প্ৰশ্ন কৰাত সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে যে যোৱা বছৰতে বিশ্বনাথ মহকুমা চিকিৎসালয়ত দুখন বেডত ভেণ্টিলেটৰ ইনষ্টল কৰা হৈছে যদিও অন্যান্য কাৰণত সেই বেড দুখনো কাৰ্যক্ষম কৰিবলৈ সক্ষম হোৱা নাই জিলা স্বাস্থ্য বিভাগে।

এতিয়া প্ৰশ্ন হ’ল মহামাৰী কৰোনাৰ এই সংকটজনক অৱস্থাতো কেবল অক্সিজেন চিলিণ্ডাৰেৰেই চিকিৎসা সেৱা আগবঢ়াই যাব নেকি বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে, নে পূৰ্ণ পৰ্যায়ৰ জিলা এখনত স্বাস্থ্য বিভাগত পৰ্যাপ্ত সুবিধা নথকাৰ বাবেই প্ৰতি দিনে নিজৰ আত্মীয়ক হেৰুৱাব লগিয়া হ’ব বিশ্বনাথবাসী ৰাইজে।

Tags: COVID-19

Recent News

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd