• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ এদিনৰ দৰমহা

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 22, 2021 5:09 pm
TET
1.8k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ভয়াৱহ কোভিড পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ আহ্বানত সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিত কৰ্মৰত টেট উত্তীৰ্ণ শিক্ষকসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এদিনৰ দৰমহা আগবঢ়াইছে।

এক বিবৃতি যোগে সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি আৰু সম্পাদকদ্বয়ে কয়, “কোভিড অতিমাৰীৰ এই সংকটৰ সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা মন্ত্ৰীসকলে দিন ৰাতি একাকাৰ কৰি নিজৰ দায়িত্ব পালনৰ বাবে অহৰহ চেষ্টা কৰি আছে। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত ড° হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰ বিৰামহীনভাৱে নিজৰ কৰ্তব্য পালন কৰি ৰাজ্যখনক কোভিড সংকটৰ পৰা মুক্ত কৰিবলৈ যত্ন কৰিছে। এনে সময়ত ৰাজ্যখনৰ শিক্ষক সকলৰো কিছু দায়িত্ব আছে বুলি শিক্ষক সমাজে অনুভৱ কৰে।”

তেওঁলোকে লগতে কয় “বিদ্যালয়সমূহত অনলাইন পাঠদান চলাই নিয়াৰ সমান্তৰালকৈ অসমৰ ৰাইজৰ হৈ সেৱা কৰাৰ সুবিধা গ্ৰহণ কৰি সৰ্বশিক্ষাৰ অধীনৰ শিক্ষক সকলে নিজৰ এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।”

যোৱা ২১ মে’ ত অনলাইনযোগে অনুষ্ঠিত হোৱা ৩ ঘণ্টা যোৰা কাৰ্যনিৰ্বাহক সভাত সকলো জিলা সমিতিৰ সৰ্বসন্মত পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।

ইতিমধ্যে ৰাজ্যৰ মু্খ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু সৰ্বশিক্ষাৰ মিছন সঞ্চালকক আনুষ্ঠানিকভাৱে এই সিদ্ধান্ত পত্ৰযোগে প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে, যোৱা বছৰো বানপানী আৰু কোভিড অতিমাৰীৰ সংকটকালত এইসকল শিক্ষকে চৰকাৰলৈ ধনৰাশি আগবঢ়াইছিল।

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে মানৱ সেৱাৰ সুবিধা প্ৰদানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সংগঠনটোৱে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমৰ সমূহ ৰাইজক সাধ্যানুসৰি সাহায্য আগবঢ়াই ৰাজ্যখনক সোনকালে কোভিড মুক্ত কৰাত চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd