• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ এদিনৰ দৰমহা

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 22, 2021 5:09 pm
TET
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ভয়াৱহ কোভিড পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ আহ্বানত সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিত কৰ্মৰত টেট উত্তীৰ্ণ শিক্ষকসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এদিনৰ দৰমহা আগবঢ়াইছে।

এক বিবৃতি যোগে সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি আৰু সম্পাদকদ্বয়ে কয়, “কোভিড অতিমাৰীৰ এই সংকটৰ সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা মন্ত্ৰীসকলে দিন ৰাতি একাকাৰ কৰি নিজৰ দায়িত্ব পালনৰ বাবে অহৰহ চেষ্টা কৰি আছে। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত ড° হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰ বিৰামহীনভাৱে নিজৰ কৰ্তব্য পালন কৰি ৰাজ্যখনক কোভিড সংকটৰ পৰা মুক্ত কৰিবলৈ যত্ন কৰিছে। এনে সময়ত ৰাজ্যখনৰ শিক্ষক সকলৰো কিছু দায়িত্ব আছে বুলি শিক্ষক সমাজে অনুভৱ কৰে।”

Apply Now

তেওঁলোকে লগতে কয় “বিদ্যালয়সমূহত অনলাইন পাঠদান চলাই নিয়াৰ সমান্তৰালকৈ অসমৰ ৰাইজৰ হৈ সেৱা কৰাৰ সুবিধা গ্ৰহণ কৰি সৰ্বশিক্ষাৰ অধীনৰ শিক্ষক সকলে নিজৰ এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।”

যোৱা ২১ মে’ ত অনলাইনযোগে অনুষ্ঠিত হোৱা ৩ ঘণ্টা যোৰা কাৰ্যনিৰ্বাহক সভাত সকলো জিলা সমিতিৰ সৰ্বসন্মত পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।

ইতিমধ্যে ৰাজ্যৰ মু্খ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু সৰ্বশিক্ষাৰ মিছন সঞ্চালকক আনুষ্ঠানিকভাৱে এই সিদ্ধান্ত পত্ৰযোগে প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে, যোৱা বছৰো বানপানী আৰু কোভিড অতিমাৰীৰ সংকটকালত এইসকল শিক্ষকে চৰকাৰলৈ ধনৰাশি আগবঢ়াইছিল।

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে মানৱ সেৱাৰ সুবিধা প্ৰদানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সংগঠনটোৱে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমৰ সমূহ ৰাইজক সাধ্যানুসৰি সাহায্য আগবঢ়াই ৰাজ্যখনক সোনকালে কোভিড মুক্ত কৰাত চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd