• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজৱ দেশ ভাৰতবৰ্ষ! এটা ঘোঁৰাৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ক’ৰ’না বিধি ভাঙি ওলাই আহিল সহস্ৰাধিক লোক,চাওঁক ভিডিঅ’

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2021 4:14 pm
Hundreds-of-people-900x400
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সঁচাকৈয়ে আজৱ দেশ ভাৰতবৰ্ষ। যিটো সময়ত দেশত প্ৰতি দিনে কাল ক’ৰ’নাৰ গ্ৰাসত পৰি হাজাৰ হাজাৰ লোকে মৃত্যুক সাৱটি লৈছে সেই সময়তে এটা ঘোঁৰাৰ শেষকৃত্য অনুষ্ঠানত ওলাই আহিল সহস্ৰাধিক লোক।

কোভিড প্ৰ’টোকল, সামজিক দূৰত্ব আদি কথাবোৰ যেন ক’ৰৱাতে পৰি ৰ’ল। ঘটনাটো কৰ্ণাচকৰ। কৰ্ণাটকৰ বেলাগাভি জিলাত দেওবাৰে মৃত্যু ঘটিছিল এটা ঘোঁৰাৰ।

Apply Now

সেই অঞ্চলৰ লোক সকলে দীৰ্ঘদিন ধৰি ঘোঁৰাটোক দৈৱিক ঘোঁৰা হিচাবে মানি আহিছিল।

ঘোঁৰাটোৱেই সমগ্ৰ অঞ্চলটোক নানান অঘটনৰ পৰা ৰক্ষা কৰি অহা বুলি স্থানীয় লোকসকলে বিশ্বাস কৰিছিল। সেইবাবেই ঘোঁৰাটোৰ মৃত্যুৰ পিছতে ঘোঁৰাটোৰ শেষকৃত্য অনুষ্ঠানলৈ বেলাগাভিকে ধৰি কাষৰীয়া বহু অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোক ওলাই আহিল।

এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।কোভিড বিধি উলংঘা কৰি এনেদৰে হাজাৰ হাজাৰ লোক ওলাই অহাৰ কথাটোক কোনেও সহজভাবে ল’ব পৰা নাই।

বেলাগাভিৰ প্ৰশাসনে সমগ্ৰ বিষয়টোৰ তদন্ত কৰা হ’ব বুলি ঘোষণা কৰিছে।কৰ্ণাটকৰ গৃহমন্ত্ৰী বাসৱৰাজ বোম্বাইয়ে ঘটনাটোৰ বাবে জগৰীয়া লোকসকলক শাস্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে।

উল্লেখ্য দেশত এতিয়া ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যাই ৩ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ দেশত মৃত্যু ঘটিছে ৪ হাজাৰ ৪৫৪ গৰাকী লোকৰ।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

October 23, 2026 8:20 am
ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

October 23, 2026 7:35 am
ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

October 23, 2026 8:20 am
ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

October 23, 2026 7:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd