• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীত লোমহৰ্ষক হত্যা কাণ্ড : শৰাইঘাটৰ দলঙৰ ওপৰত মৃতদেহ এৰি দুৰ্বৃত্তৰ পলায়ন, এজনক কৰায়ত্ত

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
May 27, 2021 2:44 pm
Maligaon1
370
VIEWS
Share on FacebookShare on Twitter

সান্ধ্য আইনৰ মাজতে আমিনগাঁৱৰ শৰাইঘাট দলঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বুধবাৰে নিশা শৰাইঘাট দলঙৰ ওপৰতে এটা মৃতদেহ পেলাই পলায়ন কৰে এদল দুৰ্বৃত্তই।

জানিব পৰা মতে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ কৰ্মচাৰী সন্তোষ কুমাৰ নামৰ লোকজনক মোহন গিৰি নামৰ খুলশালিয়েকে অন্য সহযোগীৰ সৈতে হত্যা কৰি বস্তাৰে বান্ধি বাকচত ভৰাই স্কুটিৰে কঢ়িয়াই আনিছিল।

শৰাইঘাটৰ দলঙৰ পৰা ব্ৰহ্মপুত্ৰত পেলাবলৈ অনা মৃতদেহটো তহলদাৰী আৰক্ষীৰে ভেটাভেটি হোৱাত দলঙৰ ওপৰতে পেলাই দুৰ্বৃত্তৰ দলটো পলায়ন কৰিবলৈ চেষ্টা কৰে।

জালুকবাৰী আৰক্ষীয়ে খেদি খেদি এজন লোকক কৰায়ত্ত কৰা লগতে এখন স্কুটিও জব্দ কৰিবলৈ সক্ষম হয়।

AS 01 DX 5822 নম্বৰৰ স্কুটীখনতে মৃতদেহটো কঢ়িয়াই আনিছিল দলটোৱে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দলটোত চাৰিজন লোক আছিল।

কৰায়ত্ত কৰা লোকজনক জালুকবাৰীৰ আৰক্ষী থানালৈ আনি জেৰা চলোৱা হয়। জেৰাত প্ৰকাশ পাইছে যে দলটোৱে ৰে’ল বিভাগৰ কৰ্মচাৰীজনক হত্যা কৰি মৃতদেহটো শৰাইঘাট দলঙৰ ওপৰৰ ব্ৰহ্মপুত্ৰলৈ পেলাই দিয়াৰ কথা আছিল।

দলটোৱে মালিগাঁও ৰে’লৱে কলনিৰ সন্তোষ কুমাৰ নামৰ লোকজনক ডিঙি ৰেপি, পেটত হানি খুচি হত্যা কৰা বুলি প্ৰকাশ কৰিছে। লোকজনৰ মৃতদেহটোৰ কেবা ঠাইতো আঘাতৰ চিহ্ন আছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

হত্যাকাণ্ডটোত আৰু লোক জড়িত থকাৰ সন্দেহ কৰি তেওঁলোকক কৰায়ত্ত কৰিবলৈ জালুকবাৰী আৰক্ষীয়ে মোহন গিৰিক লগত লৈ মহানগৰীত অভিযান অব্যাহত ৰাখিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd