• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে জিৰা-তৰেংথপ সংযোগী বাঁহৰ সাঁকো; ৰাইজে ভৰা নৈ পাৰ হৈছে টুলুঙা নাৱেৰে

নীলমনি শর্মা by নীলমনি শর্মা
June 1, 2021 7:46 pm
WhatsApp Image 2021-06-01 at 7.03.24 PM

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত এসপ্তাহে মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা কৃষ্ণাই নৈৰ কোবাল সোঁতে উটুৱাই নিলে জিৰা-তৰেংথপ সংযোগী বাঁহৰ সাঁকো ৷

ইয়াৰ ফলত অসম-মেঘালয় সীমান্তবৰ্তী প্ৰায় কুৰি খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত নামি আহিল বৃহৎ প্ৰত্যাহ্বান ৷

কিয়নো জনগোষ্ঠী বসতি প্ৰধান জিৰা আৰু তৰেংথপ অঞ্চল দুটা কৃষ্ণাই নৈৰ দুই পাৰত অৱস্থিত ৷ ইয়াৰে তৰেংথপৰ কেবাখনো গাঁৱৰ ৰাইজ প্ৰায় সকলো ক্ষেত্ৰতে জিৰা অঞ্চলৰ ওপৰত নিৰ্ভৰশীল হোৱাত প্ৰতিদিনে পাৰ হ’ব লাগে কৃষ্ণাই নৈ ৷

পিচে, কৃষ্ণাই নৈ পাৰ হ’বলৈ জিৰা আৰু তৰেংথপৰ মাজত কোনো দলং নথকাত অঞ্চল দুটাৰ ৰাইজে কৃষ্ণাই নৈৰ ওপৰেৰে যাতায়াত ৰক্ষা কৰিবলৈ ১৯৪০ চনৰ পৰা সাজি আহিছে বাঁহৰ সাকোঁ ৷

এই বাঁহৰ সাকোঁ পাৰ হৈয়ে তৰেংথপৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে যাব লাগে পুথিমাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু জিৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈ ৷

সাধাৰণ ৰাইজেও প্ৰায় প্ৰতিটো প্ৰয়োজনীয় কামৰ বাবে জিৰাৰ ওপৰতে নিৰ্ভৰশীল ৷

কিন্তু বাৰিষা আহিলেই মেঘালয়ৰ পৰা বাগৰি অহা প্ৰবল পানীৰ সোঁতে প্ৰতি বছৰে উটুৱাই নিয়ে বাঁহৰ সাঁকো খন ৷

এইবাৰো তাৰ ব্যতিক্ৰম নঘটিল ৷ ধাৰাসাৰ বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়ি অহা কৃষ্ণাই নৈৰ সোঁতে উটুৱাই নিলে ৰাইজৰ যাতায়াতৰ ভৰসা বাঁহৰ সাঁকোখন ৷

ইয়াৰ ফলত অঞ্চলবাসীয়ে এতিয়া ভৰা নৈ পাৰ হ’বলগীয়া হৈছে টুলুঙা নাৱেৰে ৷

এনেদৰে বিপদ সংকুল ভাৱে যাতায়াত কৰি থকা জিৰা তৰেংথপ বাসীৰ খবৰ লবলৈ এতিয়া কাৰোৱে আহৰি নাই ৷

মাত্ৰ নিৰ্বাচনৰ সময়ত অঞ্চল দুটাৰ ৰাইজলৈ মনত পৰা কোনো ৰাজনৈতিক দলৰ নেতা-কৰ্মী বা জিলা প্ৰশাসনৰ বিষয়ববীয়া কোনেও জিৰা তৰেংথপ বাসীৰ কাষত থিয় নিদিয়াত অঞ্চল দুটাৰ সহজ সৰল ৰাইজ ক্ষোভত ফাটি পৰিছে ৷

ক্ষোভিত ৰাইজে প্ৰতি মুহূৰ্ততে বিপদ ঘটাৰ সম্ভাৱনা থকা এই অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত পুণৰ দাবী জনাইছে ৷

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd