• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলাব বিচাৰিছে নে প্ৰাইভেট কোম্পানী চলাব বিচাৰিছে? মুখ্যমন্ত্ৰীক উভতি ধৰিলে মীৰা বৰঠাকুৰে

বিৰোধীৰ ভঙা-পতাত ব্যস্ত থাকিলে মুখ্যমন্ত্ৰীয়ে সুস্থ শাসন ক’ৰ পৰা দিব? : মীৰা বৰঠাকুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2021 8:10 pm
mira
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো বিৰোধীকে আওপকীয়াকৈ বিজেপিত যোগদান কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছতে তেওঁক উভতি ধৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে।

‘মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলাব বিচাৰিছে নে প্ৰাইভেট কোম্পানী চলাব বিচাৰিছে?’ আমাৰ সাংবাদিকৰ আগত এই প্ৰশ্ন কৰি বৰঠাকুৰে লগতে কয় ‘আমি প্ৰাইভেট কোম্পানীৰ চৰকাৰ বিচৰা নাই গণতান্ত্ৰিক চৰকাৰ বিচাৰিছো।‘

Apply Now

বৰঠাকুৰৰ মতে ‘মুখ্যমন্ত্ৰীয়ে যদি সঁচা অৰ্থত গণতন্ত্ৰ বৰ্তাই ৰাখিব বিচাৰিছে বা সুস্থ শাসন দিব বিচাৰিছে তেন্তে বিৰোধীৰ ভুমিকাটো নুই কৰিব নোৱাৰে।‘

মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি বৰঠাকুৰে লগতে কয় ‘তেওঁ যে বিৰোধীক ঠাট্টা-মস্কৰা কৰিছে তেওঁনো কেনেকৈ শাসন চলাব ৰাইজৰ ধনেৰেহে চলাব। কোনে কি দলত যোগদান কৰিব বা শাসক-পক্ষত থাকিব নে বিৰোধীত থাকিব সেয়া সকলোৰে নিজা নিজা সিদ্ধান্ত।‘

‘বিৰোধীলৈ এই আহ্বান কৰাতকৈ ছাত্ৰ-ছাত্ৰীয়ে যে পৰীক্ষা দিব পৰা নাই, জাগীৰোড-কাছাৰ কাগজকল কাৰ্য্যক্ষম কৰা, চিণ্ডিকেট বন্ধ কৰা, শিক্ষকৰ দৰমহা নিয়মীয়াকৰণ কৰা এইবোৰ কাম কৰিব লাগে।‘ মুখ্যমন্ত্ৰীলৈ পৰামৰ্শ দি মীৰা বৰঠাকুৰে এইদৰে কয়।

বৰঠাকুৰৰ প্ৰশ্ন ‘বিৰোধীক ভঙা-পতাত ব্যস্ত থাকিলে মুখ্যমন্ত্ৰীয়ে সুস্থ শাসন ক’ৰ পৰা দিব? গণতন্ত্ৰত ভাল শাসন পাবলৈ হ’লে সৱল বিৰোধী থকাটো বাঞ্চনীয়’।

ইপিনে, এক দেশ এক দলৰ কথা পবিত্ৰ সংবিধানত কেতিয়াও কোৱা নাই বুলি উল্লেখ কৰি বৰঠাকুৰে আৰু কয় ‘মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কথা কিছুমান কৈ আছে। গতিকে বিৰোধীৰ ভঙা-পতা অংকত ব্যস্ত নাথাকি তেওঁ অসমক ভাৰতৰ ৫ খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাত মনোনিৱেশ কৰক।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am
প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

September 3, 2026 9:08 am
ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd