DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলাব বিচাৰিছে নে প্ৰাইভেট কোম্পানী চলাব বিচাৰিছে? মুখ্যমন্ত্ৰীক উভতি ধৰিলে মীৰা বৰঠাকুৰে

বিৰোধীৰ ভঙা-পতাত ব্যস্ত থাকিলে মুখ্যমন্ত্ৰীয়ে সুস্থ শাসন ক’ৰ পৰা দিব? : মীৰা বৰঠাকুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2021 8:10 pm
mira
1.6k
VIEWS
Share on FacebookShare on Twitter

ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো বিৰোধীকে আওপকীয়াকৈ বিজেপিত যোগদান কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছতে তেওঁক উভতি ধৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে।

‘মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলাব বিচাৰিছে নে প্ৰাইভেট কোম্পানী চলাব বিচাৰিছে?’ আমাৰ সাংবাদিকৰ আগত এই প্ৰশ্ন কৰি বৰঠাকুৰে লগতে কয় ‘আমি প্ৰাইভেট কোম্পানীৰ চৰকাৰ বিচৰা নাই গণতান্ত্ৰিক চৰকাৰ বিচাৰিছো।‘

বৰঠাকুৰৰ মতে ‘মুখ্যমন্ত্ৰীয়ে যদি সঁচা অৰ্থত গণতন্ত্ৰ বৰ্তাই ৰাখিব বিচাৰিছে বা সুস্থ শাসন দিব বিচাৰিছে তেন্তে বিৰোধীৰ ভুমিকাটো নুই কৰিব নোৱাৰে।‘

মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি বৰঠাকুৰে লগতে কয় ‘তেওঁ যে বিৰোধীক ঠাট্টা-মস্কৰা কৰিছে তেওঁনো কেনেকৈ শাসন চলাব ৰাইজৰ ধনেৰেহে চলাব। কোনে কি দলত যোগদান কৰিব বা শাসক-পক্ষত থাকিব নে বিৰোধীত থাকিব সেয়া সকলোৰে নিজা নিজা সিদ্ধান্ত।‘

‘বিৰোধীলৈ এই আহ্বান কৰাতকৈ ছাত্ৰ-ছাত্ৰীয়ে যে পৰীক্ষা দিব পৰা নাই, জাগীৰোড-কাছাৰ কাগজকল কাৰ্য্যক্ষম কৰা, চিণ্ডিকেট বন্ধ কৰা, শিক্ষকৰ দৰমহা নিয়মীয়াকৰণ কৰা এইবোৰ কাম কৰিব লাগে।‘ মুখ্যমন্ত্ৰীলৈ পৰামৰ্শ দি মীৰা বৰঠাকুৰে এইদৰে কয়।

বৰঠাকুৰৰ প্ৰশ্ন ‘বিৰোধীক ভঙা-পতাত ব্যস্ত থাকিলে মুখ্যমন্ত্ৰীয়ে সুস্থ শাসন ক’ৰ পৰা দিব? গণতন্ত্ৰত ভাল শাসন পাবলৈ হ’লে সৱল বিৰোধী থকাটো বাঞ্চনীয়’।

ইপিনে, এক দেশ এক দলৰ কথা পবিত্ৰ সংবিধানত কেতিয়াও কোৱা নাই বুলি উল্লেখ কৰি বৰঠাকুৰে আৰু কয় ‘মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কথা কিছুমান কৈ আছে। গতিকে বিৰোধীৰ ভঙা-পতা অংকত ব্যস্ত নাথাকি তেওঁ অসমক ভাৰতৰ ৫ খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাত মনোনিৱেশ কৰক।‘

Recent News

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

AAP Delhi liquor scam

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd