• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইখন ৰাজ্যত মহিলা আৰু অনা-ব্ৰাহ্মণ লোককো মন্দিৰৰ পুৰোহিত নিযুক্তি দিব চৰকাৰে, ক’ত?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2021 8:56 am
kkkkk1122
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ হাজাৰ হাজাৰ মন্দিৰত চৰকাৰে পুৰোহিত হিচাবে নিযুক্তি দিব হিন্দু সম্প্ৰদায়ৰ যিকোনো লোককে।

তেনে লোক ব্ৰাহ্মণ নহ’লেও কোনো কথা নাই।সেৱল সেয়াই নহয়, মন্দিৰৰ পুৰোহিত হিচাবে ৰাজ১ খনত চৰকাৰে মহিলাকো নিযুক্ত কৰিব।

Apply Now

তামিলনাডুৰ হিন্দু ৰিলিজিয়াছ এণ্ড চেৰিটেবল এণ্ডমেণ্ট দপ্তৰৰ মন্ত্ৰী পিকে ছেকৰবাবুৱে প্ৰকাশ কৰা মতে তামিলনাডুৰ প্ৰায় ৩৬ হাজাৰ মন্দিৰত হিন্দু সম্প্ৰদায়ৰ যিকোনো লোককে পুৰোহিত হিচাবে নিযুক্তি দিয়া হ’ব।

একেদৰে মহিলাসকলকো পূজা-পাঠৰ প্ৰশিক্ষণ দি পুৰোহিত হিচাবে নিয়োগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ লগতে কয় যে ডিএমকে চৰকাৰৰ ১০০ দিন পূৰ্তিৰ পূৰ্বেই এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব।

ইপিনে তামিলনাডু চৰকাৰৰ এনে সিদ্ধান্তই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্য খনত।বিশেষকৈ মনদিৰত মহিলাক পুৰোহিত হিচাবে নিযুক্তি দিব বিচৰাৰ কথাটোক বহুতে সহজ ভাবে ল’ব পৰা নাই।

কাৰণ পুৰোহিততো বাদেই, তামিলনাডুৰ বহু মন্দিৰত মহিলাৰ প্ৰৱেশেই নিষিদ্ধ।আনহাতে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে লিংগ বৈষম্যৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা সমাজকৰ্মীসকলে।

তামিল পে মনিয়াৰাছন নামৰ সংস্থাটোৰ সভাপতি তামিল ডেছা পধুদামাই কাছিয়ে এই প্ৰসংগত কয় যে ৰাজ্য খনৰ মন্দিৰত অনা-ব্ৰাহ্মণ পুৰোহিত নিযুক্তি দিয়াৰ পৰম্পৰা পেৰিয়াৰ ইভি ৰামস্বামীয়ে তাহানিতেই আৰম্ভ কৰিছিল।

১৯৭১ চনত তামিলনাডুৰ চৰকাৰে আইনৰ সংশোধন ঘটাই পুৰোহিত নিযুক্তিৰ ক্ষেত্ৰত বংশানুক্ৰমিক পৰম্পৰাৰ অৱসান ঘটাইছিল আৰু অনা-ব্ৰাহ্মণ লোককো পুৰোহিত হিচাবে নিযুক্তি দিয়াৰ পথ প্ৰশস্ত কৰিছিল।

আইন খনৰ বিৰুদ্ধে বহুতে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।

২০০৬ চনত ডিএমকে চৰকাৰে মন্দিৰত অনা-ব্ৰাহ্মণ লোকক পুৰোহিত হিচাবে নিযুক্তি দিয়াৰ এক নিৰ্দেশনা জাৰি কৰিছিল।চৰকাৰৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে শিৱাচাৰিয়াৰগাল নালা সংগমৰ লগতে আন বহু সংগঠনে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল।

২০১৫ চনত উচ্চতম ন্যায়ালয়ে ডিএমকে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখি মন্দিৰত অনা-ব্ৰাহ্মণ পুৰোহিত নিযুক্তি দিয়াত বাধা নাই বুলি কৈছিল।

কিন্তু বিষয়টোকলৈ প্ৰতিবাদ চলিয়েই থাকিল। এতিয়া চৰকাৰে পুনৰ তেনে সিদ্ধান্ত লোৱাত তামিলনাডু আকৌ এবাৰ প্ৰতিবাদমুখৰ হৈ পৰাৰ আশংকাই দেখা দিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd