• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শীৰ্ণ হৈ পৰিছে ১৪০ কেজিৰ কিম জং! দেখি অন্তৰ গলি গৈছে উত্তৰ কোৰিয়াবাসীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2021 8:47 am
kctv-jun5-kju-politburo-meeting-side

ফটো সৌজন্য: কে চি টিভি।

452
VIEWS
Share on FacebookShare on Twitter

যোৱা কিছুদিন ধৰি উত্তৰ কোৰিয়াবাসীৰ মন দুখত ভাৰাক্ৰান্ত। তেওঁলোকৰ অন্তৰ গলি গৈছে এই ঘটনাত। কিন্তু হৈছেনো কি?

বাতৰি অনুসৰি, দেশখনৰ একনায়কত্ববাদী শাসক কিম জং উনৰ শৰীৰৰ ওজন হেনো প্ৰচুৰ কমি গৈছে। নেতাজনক খীণ দেখা পাই বহুতেই কোনোমতেহে কান্দোন ধৰি ৰাখিছে বুলিও জানিব দিছে।

জানিব পৰা মতে, কেইবামাহো ধৰি ৰাজহুৱাভাৱে সন্মুখলৈ নহাৰ পাছত অলপতে দেশখনৰ চৰকাৰী সংবাদমাধ্যমত দেখা দিয়ে কিমে। তাত কিমে শাসকীয় দলৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন চাই থকা দেখা গৈছিল।

সেই কিমক দেখা পোৱাৰ পাছতে মন ভাঙি পৰিছে উত্তৰ কোৰিয়াবাসীৰ। ভালকৈ চালে ধৰিব পাৰি যে কিম কিছু খীণাই গৈছে। মুখখনতো তাৰ ছাপ পৰিছে।

এনেয়ে ৫ফুট ৮ইঞ্চি উচ্চতাৰ কিমৰ ওজন ১৪০ কিলোগ্ৰাম। একাংশই দাবী কৰা মতে কিমৰ কমেও ২০ কেজি ওজন কমি গৈছে।

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসকগৰাকী মদ্যপান তথা ধূমপান আসক্ত। পৰিয়ালত হৃদৰোগৰ ইতিহাসো আছে। তেওঁৰ পিতৃ তথা ককাকৰো হৃদৰোগত মৃত্যু হৈছিল। সেয়ে, যোৱা বছৰ দীৰ্ঘদিন ৰাজহুৱাভাৱে সন্মুখলৈ নহাৰ পাছত কিমৰ শৰীৰক লৈ জল্পনা-কল্পান আৰম্ভ হৈছিল।

কিন্তু সেই সকলোবোৰৰ অন্ত পেলাই জনচক্ষুৰ সন্মুখলৈ ওলাই আহিল কিম। কিন্তু অনুৰাগীৰ চিন্তা তেওঁৰ ভগ্ন স্বাস্থ্যক লৈ।

পিচে, একাংশৰ দাবী শৰীৰৰ সমস্যা থাকিলে হয়তো কিম এনেদৰে বাহিৰলৈ ওলাই নাহিলেহেঁতেন। ক’ব পাৰি নিজৰ স্বাস্থ্যক লৈ কিছু সচেতন হৈ পৰিছে কিম জং উন!

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd