• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজ্ঞানৰ চমক! পুৰুষ বন্ধ্যাত্ব দূৰ কৰাৰ ক্ষেত্ৰত নতুন দিশৰ সন্ধান লাভ কৰিছে বিজ্ঞানীসকলে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2021 7:26 pm
male infertility
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহৰ পাছত কোনো দম্পতিয়ে সন্তানৰ মুখ নেদেখিলে সাধাৰণতে নাৰীগৰাকীকে দোষ জাপি দিয়া হয় যদিও পুৰুষৰ শৰীৰতো অক্ষমতাৰ কাৰণ থাকে। পুৰুষৰ শৰীৰত দেখা দিয়া অক্ষমতাই হৈছে পুৰুষ বন্ধ্যাত্ব।

আধুনিক চিকিৎসাৰ সহায় লৈও বহুতেই সফল হ’ব পৰা নাই বা ভৱিষ্যতেও কোনো সম্ভাৱনা নাই এনে ঘটনাও দেখা যায়।

Apply Now

পুৰুষ বন্ধ্যাত্ব নতুন কথা নহয় আৰু সন্তানহীনতাৰ ক্ষেত্ৰত পুৰুষ বা নাৰী দুয়োগৰাকীয়েই যে বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে সেয়া চিকিৎসা বিজ্ঞানে প্ৰমান কৰিছে।

শেহতীয়াকৈ পুৰুষৰ বন্ধ্যাত্বকলৈ নতুন দিশৰ সন্ধান লাভ কৰিছে ট’লেডো বিশ্ববিদ্যালয়ৰ গৱেষকসকলে। তেওঁলোকে শুক্ৰাণুৰ নতুন গতিবিধি পৰীক্ষা কৰি পুৰুষৰ বন্ধ্যাত্বৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে।

প্ৰসিদ্ধ নেচাৰ পত্ৰিকাত প্ৰকাশ পোৱা তেওঁলোকৰ গৱেষণা পত্ৰত প্ৰকাশ পাইছে যে শুক্ৰাণুৰ মূৰ আৰু নেজৰ সংযোগস্থল বা ছেন্ট্ৰ’লটিৰ গতি কৃত্ৰিমভাৱে বৃদ্ধি কৰি নেজৰ গতি বৃদ্ধি কৰিব পাৰি।

গৱেষকসকলৰ দাবী শুক্ৰাণু বা স্পাৰ্মৰ ছেন্ট্ৰ’লটি প্ৰধানকৈ স্থিৰ প্ৰকৃতিৰ। তাত গতি অনাটো এক ডাঙৰ আৱিষ্কাৰ। যদি এইটো নিয়মিতভাৱে লৰচৰ কৰে তেতিয়াহ’লে শুক্ৰাণুৰ গতি বৃদ্ধি পাব আৰু ইয়াৰ সক্ৰিয়তাও বাঢ়িব।

সেইদৰেই দ্ৰুত গতিসম্পন্ন শুক্ৰাণু নাৰী দেহৰ ডিম্বাণুৰ সৈতে নিষিক্ত হোৱাত আৰু অধিক সক্ৰিয় হ’ব। ইয়াৰ ফলত পুৰুষসকলে বন্ধ্যাত্বৰ সমস্যাৰ পৰা মুক্তি পাব। আনকি গৰ্ভপাত তথা জন্মগত থ্ৰুটীৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

ছেন্ট্ৰ’লটিৰ এই নতুন গতিৰ নাম হৈছে ‘অপটিক্যেল ছেন্ট্ৰিঅ’ল’।

গুৰুত্বপূৰ্ণ কথা হ’ল শুক্ৰাণুৰ মূৰ আৰু নেজ যদি একেই গতিত লৰচৰ নকৰে তেতিয়া সেইটো উৰ্বৰ ডিম্বাণুৰ কাষত সঠিক সময়ত গৈ পাব নোৱাৰে। সেইক্ষেত্ৰত ছেন্ট্ৰ’লটি ত্ৰুটীপূৰ্ণ হয়। সেই ছেন্ট্ৰ’লটিকে কৃত্ৰিমভাৱে গতি দিবলৈ সক্ষম হৈছে বিজ্ঞানীসকলে।

শুক্ৰাণুৰ এই যি অক্ষমতাৰ কাৰণে পুৰুষ বন্ধ্যাত্ব দেখা যায় তাত বিজ্ঞানীসকলৰ এই নতুন আৱিষ্কাৰে পুৰুষৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান আনিব বুলি আশা কৰা হৈছে। বিজ্ঞানীসকলৰ এই নতুন আৱিষ্কাৰে আধুনিক বিশ্বক নতুন পথৰ সন্ধান দিব বুলি কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd