• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভৰ বাৰিষাতো পানী নাই কাজিৰঙাত : বানপানী নাহিলে প্রভাৱান্বিত হ’ব পাৰে কাজিৰঙাৰ বিৰল জৈৱতন্ত্ৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 9, 2021 6:19 pm
kax
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱতন্ত্ৰৰ বাবে ব্ৰহ্মপুত্ৰৰ প্লাৱন অপৰিহাৰ্য ৷

প্ৰতিটো বাৰিষাত ব্ৰহ্মপুত্ৰৰ পানীয়ে পখালি যায় কাজিৰঙাক ৷ বানপানীয়ে ইয়াৰ জৈৱতন্ত্ৰত প্ৰাণৰ সঞ্চাৰ কৰে ৷ নুৱাই ধোৱাই নতুন ৰূপত সজায় তোলে ৷ বানপানী কাজিৰঙাৰ বাবে অত্যন্ত প্ৰয়োজনীয় ৷ কিন্তু এইবাৰ যেন ব্যতিক্ৰম ৷ বাৰিষা যাবৰে হ’ল যদিও প্লাৱিত ন’হব নেকি কাজিৰঙা ?

Apply Now

২০২০ বৰ্ষৰ জুন জুলাই মাহত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই দিছিল ৰাষ্ট্ৰীয় উদ্যান খন ৷ সেই সময়তে ব্ৰহ্মপুত্ৰৰ পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৮০ শতাংশৰো অধিক অঞ্চল প্লাৱিত কৰাৰ লগতে দক্ষিণৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশও ঠায়ে ঠায়ে বুৰাই পেলাইছিল ৷ কিন্তু চলিত বৰ্ষৰ জুলাই মাহতো ব্ৰহ্মপুত্ৰই প্লাৱিত কৰিব পৰা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৷

সাধাৰণতে কাজিৰঙাৰ পুৱ দিশে থকা ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিলেহে প্লাৱিত হয় কাজিৰঙা ৷ ২০২০ চনৰ মে’ মাহৰ ২৭ তাৰিখৰ বিয়লি ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীয়ে বিপদসীমা অতিক্ৰম কৰিছিল ৷

ইয়াৰ পিচতে ১৯ জুনত দ্বিতীয় বাৰৰ বাবে ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদ সীমা অতিক্ৰম কৰি ধাৰাবাহিক ভাৱে বাঢ়িবলৈ লৈছিল আৰু জুলাই মাহৰ ১৩ তাৰিখে জলপৃষ্ঠ বিপদসীমাৰ ২.০৬ মিটাৰ ওপৰলৈকে উঠিছিল ৷ যাৰ বাবে কাজিৰঙাৰ প্ৰায় ৮০ শতাংশৰো অধিক অঞ্চল প্লাৱিত হৈছিল ৷

ইয়াৰ বিপৰীতে চলিত বৰ্ষ আজিৰ তাৰিখলৈকে ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰিব পৰা নাই ৷ যোৱা ৫ জুলাইত জলপৃষ্ঠ বিপদসীমাৰ ০.০৫ মিটাৰ তললৈকে উঠিছিল যদিও বিপদসীমা অতিক্ৰম কৰিব পৰা নাছিল ৷ আজিৰ তাৰিখত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুব সীমাৰ ধনশিৰিমুখত আজি বিয়লি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ০.৮৮ মিটাৰ তলত আছে আৰু পানী কমি আছে ৷

চলিত বৰ্ষৰ ১১ জুন তাৰিখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ উৰ্ধগামী হোৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ নামনি অংশত আৰু ১ জুলাই ৰাষ্ট্ৰীয় উদ্যানখনৰ নদীপৰীয়া দ’ অঞ্চলবোৰত প্ৰৱেশ কৰিছিল যদিও আশা কৰা মতে প্লাৱিত নহ’ল কাজিৰঙা ৷

এতিয়া সকলোতে শুকাইছে পানী ৷ যাৰ বাবে চিন্তিত প্ৰকৃতিবিদ ৷ অৱশ্যে জুলাই আৰু আগষ্ট মাহত কাজিৰঙাত পানী হোৱাক লৈ আশাবাদী সকলো ৷

অৱশ্যে কাজিৰঙাত শেহতীয়া বান হোৱাৰো উদাহৰণ নোহোৱা নহয় ৷ ব্ৰহ্মপুত্ৰৰ প্লাৱনে পখলিব নোৱাৰিলে প্ৰভাৱিত হ’ব পাৰে কাজিৰঙাৰ প্লাৱিত উপত্যকাৰ জৈৱতন্ত্ৰ ৷ অৱশ্যে বানপানী আহিলে মোকামিলা কৰিব পৰাকৈ প্ৰস্তুত উদ্যান কৰ্তৃপক্ষ ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd