• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ ফুডছ ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ডত ৫২ জন নিহত; এতিয়াও সন্ধানহীন বহু কৰ্মী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2021 7:33 am
0737e144dc4fe509fe53984ed5308793f45fc34a762d0dc19face049b67ef8f5
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ নাৰায়নগঞ্জৰ ৰূপগঞ্জত সজীৱ গ্ৰুপৰ শাখা প্ৰতিষ্ঠান হাছেম ফুড এণ্ড বিভাৰেজৰ ফুডছ ফেক্টৰীত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ৫২জন লোক নিহত হৈছে।

অগ্নিকাণ্ড সংঘটিত হোৱা ভৱনটোৰ প্ৰথমৰ পৰা চতুৰ্থ মহলাৰ ভিতৰৰ পৰা এই মৃতদেহসমূহ উদ্ধাৰ কৰা হৈছে। ভৱনটোৰ পঞ্চম তথা ষষ্ঠ মহলাত উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু তাতো মৃতদেহ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে।

Apply Now

জানিব পৰা মতে, মৃতসকলৰ মাজত বহু শিশু শ্ৰমিকো আছে। উদ্ধাৰ হোৱা মৃতদেহৰ মাজত তালিকা অনুসৰি বহুতৰে বয়স ১৮ বছৰৰ তলত।

হাছেম ফুডছ ফেক্টৰীত চেজান জ্যুচ, চানাচুৰ, চকলেটকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হয়।

বৃহস্পতিবাৰে বিয়লি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত সেই শ্বিফটত কৰ্মৰত শ্ৰমিকসকলৰ অধিকাংশই প্ৰাণ হেৰুৱায়।

বাতৰি অনুসৰি, এতিয়াও কমেও ৫১জন শ্ৰমিক সন্ধানহীন হৈ আছে। ফায়াৰ চাৰ্ভিছৰ সূত্ৰই জানিবলৈ দিয়া মতে ভৱনটোৰ এটা চিৰি বন্ধ থকাৰ বাবে উদ্ধাৰ কাৰ্যত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে অন্যথা বহুকেইজনৰ প্ৰাণ ৰক্ষা কৰিব পৰা গ’লহেঁতেন।

অগ্নিকাণ্ডৰ ঘটনাৰ পাছত বৃহস্পতি নিশা ৩ জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। শুকুৰবাৰে বিয়লিলৈকে আৰু ৪৯টা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত মৃতকৰ সংখ্যা ৫২জনলৈ বৃদ্ধি পায়।

বাতৰি অনুসৰি, ফেক্টৰীটোৰ ভিতৰত প্ৰচুৰ মিঠাতেল থকাৰ বাবে বেছি সময় ধৰি জুই জ্বলি আছিল বুলি অনুমান কৰা হৈছে। তদুপৰি, তাত প্ৰচুৰ প্লাষ্টিক আৰু কাগজৰ কাৰ্টনো আছিল। উদ্ধাৰ কাৰ্যত নিয়োজিত কেইবাজনো ফায়াৰ চাৰ্ভিছৰ লোকো আহত হৈছে।

বৃহস্পতিবাৰে বিয়লি ৫বজাত অগ্নিকাণ্ড ঘটা হাছেম গ্ৰুপৰ ফেক্টৰীৰ জুই শুকুৰবাৰে দুপৰীয়ালৈকে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাছিল।

বাতৰি অনুসৰি, ফেক্টৰীটোৰ সপ্তম মহলাৰ এটা কেমিকেল গুডাউন থকাৰ বাবে অগ্নিকাণ্ডটোৰ ব্যাপকতা অধিক হোৱাৰ অনুমান কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd