• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা. থিতাতে নিহত এজন

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 14, 2021 2:19 pm
bon122
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও চহৰৰ সমীপৰ পুৰণি বঙাইগাঁৱত সোমবাৰে নিশা এখন তীব্ৰবেগী ইণ্ডিকাই পথৰ কাষত ৰৈ থকা দুই যুৱকক মহতীয়াই নিয়াত এজন যুৱক থিতাতে নিহত হয় ৷

নিহত যুৱকজন ৰাজীৱ পোদ্দাৰ ( ২৫) বুলি জানিব পৰা গৈছে ৷ আনহাতে দুৰ্ঘটনাটোত পোনাকণ ৰায় ( ২৩ ) নামৰ আনজন যুৱক গুৰুতৰভাৱে আহত হয় ৷

Apply Now

উল্লেখ্য যে পুৰণি বঙাইগাঁৱৰ বুনিয়াদী চ’কৰ ওচৰৰ এই দুই যুৱকে সদায় নিজৰ ঘৰৰ সন্মুখৰ পথৰ দাঁতিত সন্ধিয়াৰ ভাগত মিলিত হৈ নানা কথা – বতৰা পাতে ৷

সোমবাৰেও নিশালৈকে দুয়ো কথা বতৰা পাতি আছিল ৷ ৰাজীৱ পোদ্দাৰ নামৰ যুৱকজনে নিজৰ মটৰ চাইকেলত বহি থকাৰ বিপৰীতে পোনাকণ ৰায়ে চাইকেলত আছিল ৷ তেনেতে নিশা প্ৰায় ১০.১০ বজাত হঠাৎ উত্তৰ শালমাৰাৰ দিশৰ পৰা বঙাইগাঁও চহৰৰ দিশে ৰাজ্যিক ঘাই পথেৰে তীব্ৰ গতিত অহা এ এছ ১৯ ডি / ৪০০৭ নম্বৰৰ ইণ্ডিকা গাড়ী এখনে পথৰ পৰা নামি গৈ সোঁফালে নিজৰ ঘৰৰ সন্মুখত কথা পাতি থকা দুই যুৱকক মহতিয়াই নিয়ে ৷

লগে লগে এক হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু পৰিয়ালৰ লোকৰ লগতে ওচৰ চুবুৰীয়া ওলাই আহি যুৱকদ্বয়ক উদ্ধাৰ কৰি বঙাইগাঁৱৰ এখন ব্যক্তিগত হাস্পতাললৈ নিয়ে যদিও ৰাজীৱ পোদ্দাৰৰ ঘটনাস্থলীতে মৃত্যু হয়৷

ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে স্থানীয় একাংশ লোক উত্তেজিত হৈ পৰে আৰু ইণ্ডিকাখনৰ চালকজনক ধৰি কিছু উত্তম – মাধ্যম দিয়ে ৷ পিছত দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চলকজনৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ইণ্ডিকা গাড়ীখন উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷ দুৰ্ঘটনা সংঘটিত কৰা ইণ্ডিকাখনৰ চালকজনৰ নাম আচাদ আলী আৰু বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত কচাইপট্টিত ঘৰ বুলি জানিব পৰা গৈছে৷

বঙাইগাঁৱত থাকি গাড়ী চলোৱা আচাদ আলীয়ে নিশা নিজৰ ঘৰৰ পৰা বঙাইগাঁওলৈ আহি আছিল মৃত ৰাজীৱ পোদ্দাৰৰ পত্নী, এটি শিশু সন্তান, পিতৃ- মাতৃ, ভাতৃ,ভগ্নী আদি আছে ৷ এইদৰে হঠাতে সংঘটিত দুৰ্ঘটনাই যুৱকজনৰ প্ৰাণ কাঢ়ি নিয়াত  পুৰণি বঙাইগাঁও অঞ্চলত শোকৰ ছাঁ পৰিছে ৷ আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত পোনাকণ ৰায় বঙাইগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd