• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ’ ফ’ৰ গ্ল’ৰী লাভলীনা : শুভেচ্ছামূলক বাৰ্তা লিখি বঙাইগাঁৱত বক্সাৰগৰাকীৰ ছবি অংকন 

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 23, 2021 4:44 pm
lavv
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম জীয়ৰী তথা আন্তঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁইকলৈ সকলো আশাবাদী হৈ আছে ৷

সকলোৰে আশা লাভলীনাই পদক জয় কৰি দেশ তথা ৰাজ্যখনলৈ সুখবৰ কঢ়িয়াই আনিব ৷ সেয়ে এতিয়া বক্সাৰগৰাকীক উৎসাহ ,অভিনন্দন আৰু শুভেচ্ছা জনাই ঠায়ে ঠায়ে বিভিন্ন জনে ছবি আঁকি, বেনাৰ আঁৰি, পূজা- পাত কৰি অসম জীয়ৰী লাভলীনাৰ সফলতা কামনা কৰা পৰিলক্ষিত হৈছে ৷

Apply Now

একেদৰে বক্সাৰগৰাকীক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় আৰু বিৰোধী দলৰ মন্ত্ৰী- বিধায়কে চাইকেল ৰেলী উলিয়াইছে ৷

এনে সময়তে বঙাইগাঁৱতো অসম জীয়ৰী লাভলীনাৰ সফলতা কামনা কৰি তথা শুভেচ্ছা জনাই দেৱালত ছবি অংকন কৰা দেখিবলৈ পোৱা গৈছে ৷ ” গ’ ফ’ৰ গ্ল’ৰী লাভলীনা” শীৰ্ষক শুভেচ্ছামূলক বাৰ্তা লিখি বক্সাৰগৰাকীৰ ছবি অংকন কৰা হৈছে ৷

বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত চিলাৰায় উৰণীয়া সেতুৰ তলৰ দেৱালত অংকন কৰা ছবিত এতিয়া সকলোৰ দৃষ্টি নিৱদ্ধ হৈছে ৷ এই ছবি অংকনৰ সৈতে জড়িত হৈ আছে নৱনিৰ্মাণ নামৰ এটা এনজিঅ আৰু আমি বনৰীয়া নামৰ চিত্ৰ শিল্পীৰ এটা দল ৷ এইসকলৰ যৌথ তথা সমূহিয়া প্ৰচেষ্টাত এই ছবি অংকন কৰা হৈছে ৷

এই সন্দৰ্ভত নিৱনিৰ্মাণ এনজিঅৰ তৰফৰ পৰা অসম কন্যা লাভলীনা বৰগোহাঁইক বঙাইগাঁওবাসীৰ হৈ শুভেচ্ছা জনাই টকিঅ’ অলিম্পিকত বক্সাৰগৰাকীয়ে পদক জয় কৰি দেশ  তথা ৰাজ্যখনখনৰ নাম উজলাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৷

আনহাতে আমি বনৰীয়া গোটৰ তৰফৰ পৰাও লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনাই বক্সাৰগৰাকীৰ সফলতা কামনা কৰে ৷ লগতে কয় যে লাভলীনা বৰগোহাঁই আমাৰ কাৰণে সদায় প্ৰেৰণা হৈ ৰ’ব ৷

আমি বনৰীয়া গোটে অসমবাসীৰ লগতে ভাৰতবাসীকো বক্সাৰগৰাকীক উৎসাহ তথা সমৰ্থন জনাবলৈ অনুৰোধ জনায় ৷ উল্লেখ্য যে আমি বনৰীয়া গোটৰ তৰফৰ পৰা ইতিমধ্যে বিভিন্ন ঠাইত বিভিন্ন ছবি অংকন কৰিছে ৷

ছবি আঁকি ভাল পোৱা গোটৰ সদস্যসকলে শংকৰঘোলা, নাককাটি পাহাৰ আদিত বিভিন্ন বিষয়ৰ ছবি অংকন কৰি  সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাইজৰ প্ৰেৰণা পালে আগলৈকো এইদৰে ছবি অংকন কৰি যাব বুলি কয় ৷

আনহাতে নৱনিৰ্মাণ এনজিঅই ইয়াৰ পিছত চিলাৰায় উৰণীয়া সেতুৰ দেৱালত বীৰ চিলাৰায়ৰ ছবি অংকনৰ কৰাৰ লগতে বীৰঝৰা উচ্চত মাধ্যমিক বিদ্যালয়ৰ দেৱালত শিক্ষাৰ সৈতে জড়িত ছবি অংকনৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি কয় ৷ লগতে চহৰখনক সুন্দৰ কৰি তুলিবলৈ বিভিন্ন স্থানত ছবি অংকন কৰাৰ বাবেও পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd