• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ বেটিং ব্যৰ্থতা! অন্তিমখন এদিনীয়াত শ্ৰীলংকাৰ সান্ত্বনামূলক বিজয়

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2021 8:47 am
India vs srilanka
239
VIEWS
Share on FacebookShare on Twitter

শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া তথা ছিৰিজৰ অন্তিমখন মেচত পৰাজিত হ’বলগা হ’ল ভাৰত। আৱিস্কা ফাৰ্মাণ্ডো আৰু ৰাজাপাক্ষাৰ অনবদ্য বেটিঙৰ সহায়ত ৩ উইকেটত বিজয় সাৱ্যস্ত কৰে শ্ৰীলংকাই।

শ্ৰীলংকাৰ বিৰুদ্ধে খেলা তিনিখন মেচৰ এদিনীয়া ছিৰিজটো ভাৰতে ২-১ ব্যৱধানত দখল কৰে।

প্ৰথম দুখন মেচত সুন্দৰ বিজয় সাৱ্যস্ত কৰা ভাৰতীয় দলটোত শুকুৰবাৰে ছয়জনকৈ খেলুৱৈ সলনি কৰে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে।

মেচখনত একেলগে পাঁচজন খেলুৱৈ নীতিশ ৰাণা, সঞ্জু ছেমছন, ৰাহুল চাহাৰ, চেতন ছাকাৰিয়া আৰু কৃষ্ণাপ্পা গৌতমৰ অভিষেক ঘটে।

কলম্বোত টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় টীম ইণ্ডিয়াৰ অধিনায়ক শিখৰ ধাৱানে।

ভাৰতে ৩উইকেটৰ বিনিময়ত ১৪৭ৰাণ কৰা অৱস্থাতে বৰষুণৰ বাবে ১ঘন্টাতকৈয়ো অধিক সময় খেল বন্ধ ৰাখিবলগীয়া হয়। ফলত মেচখন ৪৭ অভাৰলৈ হ্ৰাস কৰা হয়।

ভাৰতে অৱশেষত ২২৫ৰাণত ইনিংছ সামৰে। দলৰ হৈ পৃথ্বী শ্ব’ই সৰ্বোচ্চ ৪৯ আৰু সঞ্জু ছেমছনে ৪৬ৰাণ কৰে।

ডাৰ্ক লুইচ নিয়ম অনুসৰি শ্ৰীলংকাক ২২৭ৰাণৰ লক্ষ্য বান্ধি দিয়া হয়। প্ৰত্যুত্তৰত ৰাজাপক্ষ আৰু আৱিস্কা ফাৰ্ণাণ্ডোৰ যুটীয়ে দলৰ স্ক’ৰ ১৪৪ৰাণলৈ আগবঢ়াই নিয়ে। ব্যক্তিগত ৬৫ৰাণত ৰাজাপক্ষক ছাকাৰিয়াই আউট কৰে। ইয়াৰ পাছতে সোনকালেই ছাকাৰিয়াই বিদায় দিয়ে ধনঞ্জয় ডি ছিলভাক।

কিন্তু আছালাংকাৰ আৰু আৱিস্কাৰ যুটীয়ে দলক ভাৰতৰ স্ক’ৰৰ কাষলৈ লৈ যায়। শেহৰ পিনে ভাৰতে যুঁজ দি কেইবাটাও উইকেট দখল কৰি খেলখনলৈ ওভতাৰ চেষ্টা চলাই যদিও সেয়া কামত নাহিল।

অৱশেষত স্নায়ুযুঁজত শ্ৰীলংকাই নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়। আৱিস্কা ফাৰ্ণাণ্ডোৱে ৭৬ৰাণৰ অনবদ্য ইনিংছ খেলে।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd