• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ বেটিং ব্যৰ্থতা! অন্তিমখন এদিনীয়াত শ্ৰীলংকাৰ সান্ত্বনামূলক বিজয়

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2021 8:47 am
India vs srilanka
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া তথা ছিৰিজৰ অন্তিমখন মেচত পৰাজিত হ’বলগা হ’ল ভাৰত। আৱিস্কা ফাৰ্মাণ্ডো আৰু ৰাজাপাক্ষাৰ অনবদ্য বেটিঙৰ সহায়ত ৩ উইকেটত বিজয় সাৱ্যস্ত কৰে শ্ৰীলংকাই।

শ্ৰীলংকাৰ বিৰুদ্ধে খেলা তিনিখন মেচৰ এদিনীয়া ছিৰিজটো ভাৰতে ২-১ ব্যৱধানত দখল কৰে।

Apply Now

প্ৰথম দুখন মেচত সুন্দৰ বিজয় সাৱ্যস্ত কৰা ভাৰতীয় দলটোত শুকুৰবাৰে ছয়জনকৈ খেলুৱৈ সলনি কৰে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে।

মেচখনত একেলগে পাঁচজন খেলুৱৈ নীতিশ ৰাণা, সঞ্জু ছেমছন, ৰাহুল চাহাৰ, চেতন ছাকাৰিয়া আৰু কৃষ্ণাপ্পা গৌতমৰ অভিষেক ঘটে।

কলম্বোত টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় টীম ইণ্ডিয়াৰ অধিনায়ক শিখৰ ধাৱানে।

ভাৰতে ৩উইকেটৰ বিনিময়ত ১৪৭ৰাণ কৰা অৱস্থাতে বৰষুণৰ বাবে ১ঘন্টাতকৈয়ো অধিক সময় খেল বন্ধ ৰাখিবলগীয়া হয়। ফলত মেচখন ৪৭ অভাৰলৈ হ্ৰাস কৰা হয়।

ভাৰতে অৱশেষত ২২৫ৰাণত ইনিংছ সামৰে। দলৰ হৈ পৃথ্বী শ্ব’ই সৰ্বোচ্চ ৪৯ আৰু সঞ্জু ছেমছনে ৪৬ৰাণ কৰে।

ডাৰ্ক লুইচ নিয়ম অনুসৰি শ্ৰীলংকাক ২২৭ৰাণৰ লক্ষ্য বান্ধি দিয়া হয়। প্ৰত্যুত্তৰত ৰাজাপক্ষ আৰু আৱিস্কা ফাৰ্ণাণ্ডোৰ যুটীয়ে দলৰ স্ক’ৰ ১৪৪ৰাণলৈ আগবঢ়াই নিয়ে। ব্যক্তিগত ৬৫ৰাণত ৰাজাপক্ষক ছাকাৰিয়াই আউট কৰে। ইয়াৰ পাছতে সোনকালেই ছাকাৰিয়াই বিদায় দিয়ে ধনঞ্জয় ডি ছিলভাক।

কিন্তু আছালাংকাৰ আৰু আৱিস্কাৰ যুটীয়ে দলক ভাৰতৰ স্ক’ৰৰ কাষলৈ লৈ যায়। শেহৰ পিনে ভাৰতে যুঁজ দি কেইবাটাও উইকেট দখল কৰি খেলখনলৈ ওভতাৰ চেষ্টা চলাই যদিও সেয়া কামত নাহিল।

অৱশেষত স্নায়ুযুঁজত শ্ৰীলংকাই নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়। আৱিস্কা ফাৰ্ণাণ্ডোৱে ৭৬ৰাণৰ অনবদ্য ইনিংছ খেলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd