• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিজোৰাম কাণ্ডৰ পৰা শিক্ষা! অসম-নাগালেণ্ড সীমান্তৰ পৰা নিৰাপত্তা বাহিনী প্ৰত্যাহাৰৰ সিদ্ধান্ত দুই ৰাজ্যৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2021 6:05 pm
Assam-Nagaland-border-meeting-750x375
448
VIEWS
Share on FacebookShare on Twitter

অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰস্থিতিৰ মাজতে আজি অসম আৰু নাগালেণ্ডৰ চৰকাৰে এক গুৰুত্বপূৰ্ণ সদ্ধিান্ত গ্ৰহণ কৰে।

অসম আৰু নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদ সন্দৰ্ভত আজি দুয়ো খন ৰাজ্যৰ মুখ্য সচিবদ্বয়ৰ মাজত এক আলোচনা অনুষ্ঠিত হয়।

উক্ত আলোচনাত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু নাগালেণ্ডৰ মুখ্য সচিব এ আলম উপস্থিত থাকে। বৈঠকত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পাট্টনো উপস্থিত থাকে।

let232323

উক্ত বৈঠকতে দুয়োখেন ৰাজ্যই সীমান্তৰ বিবদমান অঞ্চলৰ পৰা নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইমৰ্মে দুয়োখন ৰাজ্যৰ মাজত এখন বুজা-বুজিৰ চুক্তিও স্বক্ষৰ হয়।

চুক্তি অনুসৰি অসম আৰু নাগালেণ্ডে দুয়ো খন ৰাজ্যৰ সীমান্তৱৰ্তী দিচৌ ভেলী সংৰক্ষিত বনাঞ্চল/চুৰাংকং ভেলীৰ লগতে অ’ ছেণ্ডেন তথা ভিক’টু গাঁৱ(জানখোনা নালা)ৰ পৰা সশস্ত্ৰ বাহিনী আঁতৰাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

This is a historic step in our relations. My gratitude to HCM Sri @Neiphiu_Rio for working with #Assam in restoring peace on the border.

Assam is committed to ensuring peace along all its borders & strives for social & economic prosperity of #NorthEast region. 2/2@AmitShah pic.twitter.com/IyQXuuID0u

— Himanta Biswa Sarma (@himantabiswa) July 31, 2021

দুয়ো খন ৰাজ্যই সীমান্তৱৰ্তী অঞ্চল দ্ৰোন আৰু কৃত্ৰিম উপগ্ৰহৰ চিত্ৰৰ জৰিয়তে নিৰীক্ষণৰ সিদ্ধান্ত লয়।

সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত নজৰ ৰাখিবলৈ অসমৰ যোৰহাট জিলা আৰু নাগালেণ্ডৰ মোককচাং জিলাৰ আৰক্ষী অধীক্ষক দুগৰাকীৰ ওপৰত দায়িত্ব অৰ্পন কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্ত সন্দৰ্ভত অসম আৰু নাগালেণ্ডৰ মাজত স্বাক্ষৰিত চুক্তিক এক ঐতিহাসিক চুক্তি আখ্যা দিছে।

 

Recent News

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd