• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুমাহ পূৰ্বে বলাৎকাৰৰ অভিযোগ তোলা অভিনেত্ৰীক নিশা নিজৰ ঘৰৰ পৰাই আটক কৰিলে আৰক্ষীয়ে

 এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2021 10:45 am
app
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ বহি চৰ্চিত মোহময়ী অভিনেত্ৰী পৰি মণিক আটক কৰিলে দেশ খনৰ আৰক্ষীয়ে ।

যোৱা নিশা ৯ বজাত অভিনেত্ৰীগৰাকীক ঢাকাৰ বনানীত থকা তেওঁৰ বাসভৱনৰ পৰাই ৰেপিড এক্সন ফোৰ্চে আটক কৰে। আজি অভিনেত্ৰীগৰাকীক ঢাকাত থাকা ৰেপিড এক্সন ফোৰ্চৰ সদৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হ’ব।

Apply Now

ৰেপিড এক্সন ফোৰ্চৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে অভিনেত্ৰী পৰী মণিৰ ঘৰৰ পৰা ড্ৰাগছৰ লগতে মাদক দ্ৰব্য উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যোৱা ৮ জুনত পৰী মণিয়ে বাংলাদেশৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বিৰুদ্ধে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ তুলিছিল।

পৰীমণিয়ে এইবুলি অভিযোগ কৰিছিল যে ঢাকাৰ এটা ক্লাবত বলাৎকাৰৰ লগতে ধৰ্ষণৰ চেষ্টা চলাইছিল প্ৰতিষ্ঠিত ব্যৱসায়ী নাছিৰুদ্দিন মেহমুদে।

অভিনেত্ৰী পৰীমণিয়ে ঢাকাৰ চাবাৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আজি ব্যৱসায়ীজনক আটক কৰিছিল আৰু ১৫ দিন ধৰি আৰক্ষীৰ জিম্মাত ৰাখিছিল।

বাংলাদেশৰ মহিলা আৰু শিশুৰ বিৰুদ্ধে নিৰ্যাতন প্ৰতিৰোধী আইনৰ ৩০৭ ধাৰাত
গোচৰ ৰুজু কৰা হৈছিল।

উল্লেখ্য চামচুন্নহাৰ স্মৃতি নামৰ অভিনেত্ৰীগৰাকী বাংলাদেশত পৰীমণি নামেৰে বেছ জনপ্ৰিয় অভিনেত্ৰী।

ছ’চিয়েল মিডিয়াৰ আটাইতকৈ প্ৰভাৱশালী মহিলা হিচাবে অলপতে পৰীমণিৰ নাম ফ’ৰ্বছৰ তালিকাতো প্ৰকাশ পাইছে।
অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি ৮ জুনৰ নিশা ঢাকাৰ উত্তৰাবোট ক্লাবত তেওঁক ব্যৱসায়ীজনে বলাৎকাৰ আৰু হত্যাৰ চেষ্টা চলাইছিল।

অৱশ্যে অভিনেত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ক্লাবৰ কৰ্মীয়ে তেওঁক ৰক্ষা কৰে।ব্যৱসায়ীজনে তেওঁক হত্যাৰ চেষ্টা চলোৱা বুলিও অভিনেত্ৰী পৰীমণিয়ে ফেচবুক পোষ্টৰ জৰিয়তে প্ৰকাশ কৰিছিল।

তেওঁ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক অনুৰোধ জনাইছিল।

শেহতীয়াকৈ পৰীমণিয়ে বনানী থানালৈ ফোন কৰি এইবুলি কৈছিল যে কোনোৱাই তেওঁৰ ঘৰৰ জপনামুখত আহি উপস্থিত হৈছে আৰু তেওঁলোকে নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দিছে।

বনানী থানাই অৱশ্যে থানা খনৰ পৰা কোনো আৰক্ষীৰ লোক অভিনেত্ৰীগৰাকীৰ ঘৰলৈ যোৱা নাই বুলি মন্তব্য কৰিছিল।অৱশেষত নিশাই ৰেপিড এক্সন ফোৰ্চে অভিনেত্ৰীগৰাকীক আটক কৰে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd