• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰেণ্য কবি চন্দ্ৰধৰ বৰুৱাৰ জনপ্ৰিয় কবিতা ‘ধূলিকণা মই’ক সুমধুৰ গীতৰ ৰূপ দিলে শিল্পী কুমাৰ ভৱেশে

গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীয়ে সুৰ দিয়া গীতটি আজি আনুষ্ঠানিক ভাবে মুকলি কৰা হল  ইউটিউৱত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 11, 2021 1:11 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু বৰেণ্য সাহিত্যিকেৰে ভৰি থকা অসমৰ অনেক পুৰণি সাহিত্যিকৰ সাহিত্য সৃষ্টি এতিয়া বিস্মৃতিৰ গৰাহত পৰাৰ উপক্ৰম ঘটিছে।

এনে সময়তে বৰেণ্য কবি চন্দ্ৰধৰ বৰুৱাৰ জনপ্ৰিয় কবিতা ‘ধূলিকণা মই’ক এক সুমধুৰ গীতৰ ৰূপত সজাই তুলি শ্ৰোতাৰ মাজলৈ লৈ আহিছে জনপ্ৰিয় শিল্পী কুমাৰ ভৱেশে।

Apply Now

কবিগৰাকীৰ প্ৰখ্যাত তথা বহু পঠিত ‘ধূলিকণা মই’ কবিতাটোত সুৰাৰোপ কৰিছে বিশিষ্ট গ্ৰন্থ প্ৰকাশক তথা সংগীতানুৰাগী ব্যক্তি ৰাকেশ গোস্বামীয়ে।

kll

‘ধূলিকণা মই’ গীতটিত কুমাৰ ভৱেশে কণ্ঠদান কৰাৰ উপৰি গীতটিৰ সংগীতো কৰিছে।

কুমাৰ ভৱেশৰ মিৰ্জাস্থিত দেহাজান ষ্টুডিঅ’ত বাণীৱদ্ধ কৰা ‘ধূলিকণা মই’ গীতটি আজি ইউটিউৱত আনুষ্ঠানিক ভাবে মুকলি কৰা হয়।

youtube channelৰ  Kumar Bhabesh Musical ত  উপলব্ধ হৈছে এই গীতটি।গীতটি সন্দৰ্ভত মন্তব্য কৰি শিল্পী কুমাৰ ভৱেশে কয় —‘ বহুতে সৰুতে বিদ্যালয়ৰ পাঠ্যপুথিত পঢ়া কবি চন্দ্ৰধৰ বৰুৱাৰ ‘ধূলিকণা মই’ কবিতাটিয়ে এতিয়াও অনেকৰ মনত ৰেখাপাত কৰি আছে।গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীয়ে সুন্দৰ কবিতাটিত সুৰদান কৰাৰ পিছতে মই আন্তৰিকতাৰে গীতটি গোৱাৰ প্ৰয়াস কৰিছো। আশা ৰাখিছো গীতটিক সকলোৱে আদৰি ল’ব’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd